ETV Bharat / state

ঐতিহাসিক ক্ষণত অসম আন্দোলনৰ 860 জন শ্বহীদক শ্ৰদ্ধাঞ্জলি

author img

By

Published : Aug 31, 2019, 12:58 PM IST

ঐতিহাসিক ক্ষণত অসম আন্দোলনৰ 860 জন শ্বহীদক শ্ৰদ্ধাঞ্জলি

ঐতিহাসিক ক্ষণত গোলাঘাট আছু কাৰ্যালয়ত অসম আন্দোলনৰ 860 জন শ্বহীদক সোঁৱৰণ । কাৰ্যালয়ৰ চৌহদৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আছুৰ সদস্যসকলে৷

গোলাঘাট, 31 আগষ্টঃ ১৯৭৯ চনত আৰম্ভ হোৱা চল্লিশটা বছৰৰ বিদেশী মুক্ত অসম আন্দোলনৰ ফলশ্ৰুতিত শনিবাৰে প্ৰকাশ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা । গোলাঘাট আছু কাৰ্যালয়ত অসম আন্দোলনৰ 860 জন শ্বহীদক সোঁৱৰণ ।

ঐতিহাসিক ক্ষণত অসম আন্দোলনৰ 860 জন শ্বহীদক শ্ৰদ্ধাঞ্জলি

আছুৰ কাৰ্যালয় চৌহদৰ শ্বহীদ বেদীত পুষ্প অৰ্পণ কৰি অসম আন্দোলনৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আছুৰ সদস্যসকলে৷ অসমীয়া জাতিৰ 30 টা জাতি জনগোষ্ঠীৰ খিলঞ্জীয়াসকলক ৰক্ষাৰ বাবে ধাৰাবাহিক ভাৱে কৰা আন্দোলনৰ বাবে এইটো এটা ঐতিহাসিক দিন বুলি মন্তব্য আছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক গৰাকীৰ৷

Intro:ঐতিহাসিক ক্ষণত গোলাঘাট আছু কাৰ্যালয়ত অসম আন্দোলনৰ 860 জন শ্বহীদক শ্ৰদ্ধাঞ্জলি। কাৰ্যালয়ৰ চৌহদত অৱস্থিত শ্বহীদ বেদীত বন্তি প্ৰজ্জ্বলন আৰু পুষ্প অৰ্পণ কৰি জাতগৰ স্বাৰ্থত আত্মবলিদান দিয়া শ্বহীদক স্মৰণ।


Body:১৯৭৯ চনৰে পৰা 40 টা বছৰ বিদেশী মুক্ত অসম আন্দোলনৰ ফচল ৰাষ্ট্ৰীয় নাগৰিক পুঞ্জৰ চূড়ান্ত তালিকা প্ৰকাশ হল আজি। অসমীয়া জাতিৰ 30 টা জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া ৰক্ষাৰ বাবে ধাৰাবাহিক ভাৱে কৰা আন্দোলনৰ আজি ঐতিহাসিক দিন। সকলোৱে বিচাৰে বিদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিক পুঞ্জৰ তালিকা প্ৰকাশ হওক।


Conclusion:Byte 1: মুখ্য সাংগঠনিক সম্পাদক, আছু, কেন্দ্ৰীয় সমিতি।
Byte 2: সহকাৰী সম্পাদক, আছু কেন্দ্ৰীয় সমিতি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.