ETV Bharat / state

Raid in DTO House: ডিব্ৰুগড় জিলা পৰিবহন বিষয়া বাসগৃহৰ পৰা লাখ লাখ টকা জব্দ

author img

By

Published : Oct 21, 2022, 1:57 PM IST

Updated : Oct 21, 2022, 2:17 PM IST

ডিব্ৰুগড় জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ বিষয়াগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে 7,03,800 টকা (Lakhs of rupees seized from DTO residence) ৷

Lakhs of rupees seized from Dibrugarh DTO residence
Raid in DTO House: ডিব্ৰুগড় জিলা পৰিবহন বিষয়া বাসগৃহৰ পৰা লাখ লাখ টকা জব্দ

  • ডিব্ৰুগড় জিলা পৰিবহন বিষয়াৰ বাসগৃহত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
  • জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ (DTO Sanjib Hazarika) বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ
  • অভিযানত বিষয়াগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে 7,03,800 লাখ টকা
  • লগতে 87 হাজাৰ অচল হৈ পৰা টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে
  • এতিয়াও বৈৰাগীমঠৰ বিষয়া গৰাকীৰ ঘৰত চলি আছে অভিযান
Last Updated :Oct 21, 2022, 2:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.