ETV Bharat / state

DU ragging incident: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক আটক

author img

By

Published : Nov 30, 2022, 8:29 AM IST

DU ragging incident
DU ragging incident

পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ ৰেগিং কাণ্ডৰ অন্যতম মূল অভিযুক্ত শুভ্ৰজিৎ বৰুৱা আৰক্ষীৰ জালত (DU ragging accused detained) ৷ নিশা ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষীয়ে টিংখাঙৰ নেমুপথাৰৰ পৰা আটক কৰে অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক (Dibrugarh University ragging incident) ৷

  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ লগত জড়িত শুভ্ৰজিৎ বৰুৱা জালত পৰিল আৰক্ষীৰ (DU ragging accused detained)
  • পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ ৰেগিং কাণ্ডৰ অন্যতম মূল অভিযুক্ত শুভ্ৰজিৎ বৰুৱা
  • নিশা ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষীয়ে টিংখাঙৰ নেমুপথাৰৰ পৰা আটক কৰে অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক
  • নিশাই টিংখাং আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীক গতাই দিছে অভিযুক্ত ছাত্ৰজনক (accused of Dibrugarh University ragging incident)
  • শুভ্ৰজিৎ বৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাজনৈতিক বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ (Prime accused of Dibrugarh University ragging)
  • পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত সংঘটিত হোৱা ভয়ংকৰ ৰেগিং কাণ্ডৰ পাছৰে পৰা পলাতক হৈ আছিল শুভ্ৰজিৎ
  • ইতিমধ্যে ইয়াৰ পূৰ্বে আন তিনিজন ছাত্ৰক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে
  • আনন্দ শৰ্মা নামৰ ছাত্ৰজনে ৰেগিঙৰ নামত চলা অত্যাচাৰ সহিব নোৱাৰি জপিয়াইছিল পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ দ্বিতীয় মহলাৰ পৰা (Dibrugarh University ragging incident)
  • ইয়াৰ পাছৰ পৰাই বৰ্তমানেও ICU ত জীৱন মৰণেৰে যুঁজি আছে আনন্দ শৰ্মাই
  • ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ঘটনাৰ পাছতেই ছাত্ৰাবাসটোৰ 22 গৰাকীকৈ আবাসী ছাত্ৰক বহিষ্কাৰ কৰিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.