ETV Bharat / state

গোলকগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Oct 26, 2019, 9:33 PM IST

গোলকগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰৰ মাজমজিয়াত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড | এটা চানাচুৰৰ ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড ।

গোলকগঞ্জ, 26 অক্টোবৰ: শনিবাৰে গোলকগঞ্জত এটা চানাচুৰৰ ফেক্টৰিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ফেক্টৰীটো । বৰ্তমানলৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই | অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ফেক্টৰীৰ যন্ত্ৰ পাতিৰ লগতে ফেক্টৰীত থকা বহুতো সা-সামগ্ৰীও ধ্বংস হয় । ফেক্টৰীটোৰ স্বত্বাধিকাৰী গৌড় দত্ত বুলি জানিব পৰা গৈছে |

গোলকগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

আৰু লগতে পঢ়ৰ: প্ৰাক্তন সৈনিকৰ নামত গীতে-মাতে এটা দিন

Intro:ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰৰ মাজমজিয়াত শনিবাৰ বিয়লি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড|Body: এটা চানাচুৰৰ ফেক্টৰিত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভুত হয় ফেক্টৰীটো । বৰ্তমান লৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই| অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।যদিও ইতিমধ্যে অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ফেক্টৰিৰ যন্ত্ৰ পাতিৰ লগতে ফেক্টৰীত থকা বহুতো সা-সামগ্ৰীও ধ্বংস হয় । ফেক্টৰীটোৰ স্বত্বাধিকাৰী গৌড় দত্ত বুলি জানিব পৰা গৈছে| Conclusion:প্ৰদীপ কুমাৰ সেন
গোলকগঞ্জ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.