ETV Bharat / state

পশ্চিম বিলাসীপাৰাৰ বান শিবিৰত ৮ মহীয়া শিশুৰ মৃত্যু

author img

By

Published : Jul 26, 2019, 11:43 PM IST

পশ্চিম বিলাসীপাৰা

উপযুক্ত খাদ্য-চিকিৎসাৰ অভাৱত শিশুজনৰ মৃত্যু হোৱাৰ অভিযোগ শিবিৰবাসীৰ

  • পশ্চিম বিলাসীপাৰাৰ খোৰাঘাট বান শিবিৰত ৮ মহীয়া শিশুৰ মৃত্যু
  • বিগত দুদিন ধৰি অতিপাত জ্বৰত ভুগি আছিল শিশুটি
  • মৃত শিশুটি ফকিৰা নিৰঝাৰ ১ম খণ্ডৰ ছবৰ আলী বেপাৰীৰ পুত্ৰ ৰেজাউল বেপাৰী
  • উপযুক্ত খাদ্য-চিকিৎসাৰ অভাৱত শিশুজনৰ মৃত্যু হোৱাৰ অভিযোগ শিবিৰবাসীৰ
  • ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে স্থাপন কৰা বান শিবিৰত সংঘটিত এই ঘটনা
  • ফকিৰানিৰঝাৰ ১ম খণ্ডৰ লোক সকলে বিগত ১১ দিন ধৰি আশ্ৰয় গ্ৰহন কৰি আছে শিবিৰত
    পশ্চিম বিলাসীপাৰা
Intro:A.I. পশ্চিম বিলাসীপাৰাৰত বান শিৱিৰত পুনৰ কৰুণ ঘটনা |
বিলাসীপাৰাৰ শুক্ৰৰবাৰে সন্ধিয়া খোৰাঘাট শিৱিৰত ৮ মহীয়া শিশুৰ মৃত্যু |
বিগত দুদিন ধৰি অতিপাত জ্বৰত ভুগি আছিল শিশুটি |
মৃত শিশুজন ফকিৰানিৰঝাৰ ১ম খণ্ড গাঁৱৰ ছবৰ আলী বেপাৰীৰ পুত্ৰ ৰেজাউল বেপাৰী |
খাদ্য-চিকিৎসাৰ অভাৱত শিশুজনৰ মৃত্যু হোৱাৰ অভিযোগ শিৱিৰবাসীৰ |
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে স্থাপন কৰা বান শিৱিৰত এই ঘটনা |
ফকিৰানিৰঝাৰ ১ম খণ্ড গাঁৱৰ লোক সকলে বিগত ১১ দিন ধৰি আশ্ৰয় গ্ৰহন কৰি আছে শিৱিৰত |Body:A.I. পশ্চিম বিলাসীপাৰাৰত বান শিৱিৰত পুনৰ কৰুণ ঘটনা |
বিলাসীপাৰাৰ শুক্ৰৰবাৰে সন্ধিয়া খোৰাঘাট শিৱিৰত ৮ মহীয়া শিশুৰ মৃত্যু |
বিগত দুদিন ধৰি অতিপাত জ্বৰত ভুগি আছিল শিশুটি |
মৃত শিশুজন ফকিৰানিৰঝাৰ ১ম খণ্ড গাঁৱৰ ছবৰ আলী বেপাৰীৰ পুত্ৰ ৰেজাউল বেপাৰী |
খাদ্য-চিকিৎসাৰ অভাৱত শিশুজনৰ মৃত্যু হোৱাৰ অভিযোগ শিৱিৰবাসীৰ |
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে স্থাপন কৰা বান শিৱিৰত এই ঘটনা |
ফকিৰানিৰঝাৰ ১ম খণ্ড গাঁৱৰ লোক সকলে বিগত ১১ দিন ধৰি আশ্ৰয় গ্ৰহন কৰি আছে শিৱিৰত |Conclusion:Byte : শিৱিৰৰ মানুহ
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.