ETV Bharat / state

ধেমাজি গোহাঁই গাঁৱত 147 বছৰীয়া কুকুৰা যুঁজ

author img

By

Published : Apr 27, 2019, 8:58 PM IST

কুকুৰা যুঁজত বগা কুকুৰা জয়ী হলে বছৰটোৰ বাবে ৰজাৰ মংগল আৰু ৰঙা কুকুৰাৰ জয়ী হ'লে প্ৰজাৰ মংগল হয় ।

ধেমাজি গোহাঁই গাঁৱত 147 বছৰীয়া কুকুৰা যুঁজ

ধেমাজি, ২৬ এপ্ৰিলঃ ধেমাজিৰ গোহাঁই গাওঁত শনিবাৰে পৰম্পৰাগত ভাৱে গাঁওবাসীয়ে অনুষ্ঠিত কৰিলে কুকুৰা যুজঁ । 147 বছৰ ধৰি উদযাপন কৰি আহিছে এই কুকুৰা যুঁজ ।

ধেমাজি গোহাঁই গাঁৱত 147 বছৰীয়া কুকুৰা যুঁজ

উল্লেখ্য যে, লোকবিশ্বাস অনুসৰি ধেমাজি গোহাঁই গাওঁবাসীয়ে বিশ্বাস কৰে যে এই কুকুৰা যুঁজত বগা কুকুৰা জয়ী হলে বছৰটোৰ বাবে ৰজাৰ মংগল আৰু ৰঙা কুকুৰাৰ জয়ী হ'লে প্ৰজাৰ মংগল হয় । তেওঁলোকৰ পৰম্পৰাগত এই কুকুৰা যুঁজে এইবেলি 147 বছৰত ভৰি দিছে । এইবাৰ যুজঁত বগা কুকুৰাই বিজয় হোৱা বাবে বছৰটোৰ ৰজা অৰ্থাৎ দেশৰ মংগল হয় বুলি মন্তব্য কৰে গাওঁবাসীয়ে । তাৰোপৰি এই যুঁজলৈ অহা শ-শ দৰ্শক সকলে হাত চাপৰি বজাই আনন্দ লভাৰ লগতে তীব্ৰ উৎকণ্ঠাৰে উপভোগ কৰে কুকুৰা যুঁজ ।

অধিক জানিবলৈ - নিউৱৰ্কত প্ৰদৰ্শিত ‘আমিষ’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ

Intro:ধেমাজি গোহাঁই গাঁৱত পৰম্পৰাগত কুকুৰা যুঁজ ।


Body:ধেমাজি , 27 ,এপ্ৰিল :

এখন আকৰ্ষণীয় কুকুৰা যুঁজ । দুই কুকুৰাৰ মাজত তীব্ৰ ৰণ । যুজঁ প্ৰত্যক্ষ কৰিবলৈ অহা শ, শ দ ৰ্শকৰ হাত চাপৰি ,আৰু উৎকণ্ঠা । ধেমাজিৰ অতি পুৰণি আৰু বিখ্যাত গাওঁ গোহাঁই গাওঁত শনিবাৰে পৰম্পৰাগত ভাৱে গাওবাসীয়ে অনুষ্ঠিত কৰিলে কুকুৰা যুজঁ । লোক বিশ্বাস অনুসৰি আৰু ধেমাজি গোহাঁই গাওঁ বাসীয়ে বিশ্বাস কৰি অহাৰ মতে এই যুঁজত বগা কুকুৰা জয়ী হলে ৰজাৰ মংগল আৰু ৰঙা কুকুৰাৰ জয়ী হ'লে প্ৰজাৰ মংগল হয় বছৰটোৰ বাবে ।এই পৰম্পৰাগত কুকুৰা যুঁজে এইবাৰ 147 বছৰ গৰকিছে ।এইবাৰ যুজঁত বগা কুকুৰাই বিজয় সা্ৱ্যস্ত কৰাৰ বাবে বছৰটোৰ ৰজা অথাৎ দেশৰ মংগল হয় বুলি মন্তব্য কৰে গাওঁবাসীয়ে ।


byte.......


pradunya Bharali , Dhemaji , Assam, 27/4/2019


N,b: byte....FTP ..goise


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.