ETV Bharat / state

লালীক সন্তুষ্ট কৰিবলৈ জোনাইত হোম যজ্ঞ...

author img

By

Published : Sep 2, 2019, 2:31 PM IST

দিনজোৰা কাৰ্যসূচীৰে এইবাৰ নেদেখাজনলৈ আবেদন ৰাইজৰ ৷ অহাবাৰ যাতে এইবাৰৰ দৰে নহয় ৷ জোনাইৰ লালী নদীৰ পাৰত সোমবাৰে পুৱাৰ পৰা চলিছে দিনজোৰা হোম যজ্ঞ ৷

লালী নদীৰ ভয়ংকৰ খহনীয়া

জোনাই, 2ছেপ্তেম্বৰঃ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই যাতে আৰু খেদি নাহে বেৰাচাপৰি অঞ্চলৰ ৰাইজক ৷ জলসম্পদ বিভাগক আবেদন দিও কামত নাহিল ৷ অৱশেষত চৰকাৰৰ ওচৰত নহয় জলদেৱতাৰ ওচৰত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰাৰ্থনা জনালে জোনাইৰ বেৰাচাপৰি অঞ্চলৰ ৰাইজে ৷ জোনাইৰ বেৰা চাপৰিত এতিয়াও অব্যাহত আছে লালী নদীৰ ভয়ংকৰ খহনীয়া | লালী নদীৰ ভয়ংকৰ খহনীয়াত নকৈ জাহ গৈছে বেৰা চাপৰিৰ বহু পৰিয়ালৰ ঘৰবাৰী কৃষিভূমি | গৃহহাৰা হৈ পৰিছে বেৰা চাপৰি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল | চাওক আমাৰ এক প্ৰতিবেদন...

লালীক সন্তুষ্ট কৰিবলৈ জোনাইত হোম যজ্ঞ
Intro:Body:জোনাইৰ লালী নদীৰ পাৰত দিনজোৰা হোম যজ্ঞ
চৰকাৰৰ ওচৰত নহয় জলদেৱতাৰ ওচৰত খহনীয়া প্ৰতিৰোধৰ প্ৰাৰ্থনা

জোনাই ১ ছেপ্টেম্বৰ
জোনাইৰ বেৰা চাপৰিত অব্যাহত আছে লালী নদীৰ ভয়ংকৰ খহনীয়া | লালী নদীৰ ভয়ংকৰ খহনীয়াত ন নকৈ জাহ গৈছে বেৰা চাপৰিৰ বহু পৰিয়ালৰ ঘৰবাৰী কৃষিভূমি | গৃহহাৰা হৈ পৰিছে বেৰাচাপৰি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল | খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ জলসম্পদ বিভাগক আবেদন জনাই অহাৰ পিচতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত শনিবাৰে অঞ্চলটোৰ ৰাইজে লালী নদীৰ পাৰত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰাৰ্থনা জনালে নেদেখা জনৰ ওচৰত |
চৰকাৰ ওপৰত নহয় এতিয়া নেদেখা জনৰ ওপৰতহে আস্থা খহনীয়া প্ৰতিৰোধৰ | জোনাইৰ লালী নদীৰ পাৰত লালী ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই প্ৰতিৰোধৰ বাবে শনিবাৰে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাই দিনজোৰা হোম যজ্ঞ পাতিলে অঞ্চলটোৰ ৰাইজে | জোনাইৰ বেৰাচাপৰি অঞ্চলৰ ৰাইজে লালী নদীৰ পাৰত মাহ প্ৰসাদ আদিৰ লগতে হোম পুৰি  যজ্ঞ পাতি জল দেৱতাক ইমানতেই ক্লান্ত হৈ হবলৈ প্ৰাৰ্থনা জনাই এনেদৰে| কাৰণ লালী নদীৰ সৰ্বস্ব হেৰুৱা এইসকল ৰাইজৰ বাবে এতিয়া যাৰ ফলত উপায়হীন ৰাইজে হোম যজ্ঞ পতি মন্ত্ৰ পাঠেৰে  জল দেৱতাক তুষ্ট কৰি খহনীয়া বন্ধ কৰি ৰাইজৰ  মাটি, ভেটি, জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ প্ৰাৰ্থনা জনাই|

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.