ETV Bharat / state

মঙলদৈত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Nov 27, 2019, 11:43 PM IST

Eviction by Mangaldoi District Administration
মঙলদৈত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান মঙলদৈত ৷ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ওচৰৰ বাঘপৰিত PGR ভূমিত এই উচ্ছেদ জিলা প্ৰশাসনৰ ৷

দৰং, 27 নৱেম্বৰঃ মঙলদৈৰ বাঘপৰিত PGR ভূমিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ওচৰত এই উচ্ছেদ জিলা প্ৰশাসনৰ ৷ PGR শ্ৰেণীভূক্ত মুঠ 110 বিঘা ভূমিত অবৈধভাৱে দখল কৰি আছিল 50 টাৰো অধিক পৰিয়ালে ৷ মঙলদৈ ৰাজহ চক্ৰ বিষয়া দ্বীপশিখা শইকীয়াৰ নেতৃত্বত চলে এই উচ্ছেদ অভিযান ৷ আনহাতে মুঠ 110 বিঘা ভুমিৰ ছয় বিঘা মাটি প্ৰস্তাৱিত কেঞ্চাৰ হাস্পাতালক হস্তান্তৰ কৰিব আৰু আন মাটি চৰকাৰী কামৰ বাবে সংৰক্ষিত কৰা হ’ব বুলি উল্লেখ কৰে চক্ৰ বিষয়াগৰাকীয়ে ৷

মঙলদৈত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

উল্লেখ্য যে এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰা দুজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে ৷

আৰু পঢ়কঃ বটদ্ৰৱাত ৰাইজৰ ৰোষত সাংবাদিক

Intro:মঙলদৈৰ বাঘপৰিত PGR ভূমিত জিলা প্ৰশাসন উচ্ছেদ অভিযান ।Body:



মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ওচৰত এই উচ্ছেদ জিলা প্ৰশাসনৰ ।

PGR শ্ৰেণীভূক্ত মুঠ 110 বিঘা ভূমিত অবৈধ ভাবে দখল কৰি আছিল 50 তাৰো অধিক পৰিয়ালে।
পুৱাৰ পৰা উক্ত ভূমিত আজি চলিব উচ্ছেদ অভিযান।

মঙলদৈ ৰাজহ চক্ৰ বিষয়া দ্বিপ শিখা শইকীয়াৰ নেতৃত্বত চলে এই উচ্ছেদ অভিযান ।

মুঠ 110 বিঘা ভুমিৰ বত্তৰ্মান ছয় বিঘা মাটি প্ৰস্তাৱিত কেঞ্চাৰ হস্পিটেলক হস্তান্তৰ কৰিব আৰু আন মাটি চৰকাৰী কামৰ বাবে সংৰক্ষিত কৰা হব বুলি চক্ৰ বিষয়াই প্ৰকাশ কৰে ।

উচ্ছেদ অভিযান সময়ত উচ্ছেদত বাধা প্ৰদান কৰা দুজন ব্যক্তিক আটক।
Byte.. SDC, Conclusion:Debabrat goswami, ,darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.