ETV Bharat / state

চিৰাং জিলাৰ বিজনী ১নং চিকাঝোৰাত বন্য হস্তীৰ মৃত্যু

author img

By

Published : Dec 6, 2020, 7:23 PM IST

চিৰাং জিলাৰ বিজনী ১নং চিকাঝোৰাত বন্য হস্তীৰ মৃত্যু
চিৰাং জিলাৰ বিজনী ১নং চিকাঝোৰাত বন্য হস্তীৰ মৃত্যু

শ্বৰ্ট-ছাৰ্কিটৰ ফলত মৃত্যু বৰণ কৰে বন্য হস্তীটোৱে । ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত ব্যৱস্থা গ্ৰহণ ।

চিৰাং,6 ডিচেম্বৰঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ১নং চিকাঝোৰাত অবৈধ ভাৱে খেতিত-পথাৰত বিদ‍্যুত সংযোগ কৰা ফলতে শনিবাৰে নিশা মানাহৰ পৰা ওলাই অহা এজনী বনৰীয়া হস্তীৰ বৈদ‍্যুতিক তাৰত লাগি মৃত‍্যু হয় ।

সম্প্ৰতি বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব‍্যাহত ৰাখিছে । উল্লেখ‍যোগ্য যে, কেইদিনমান পূৰ্বেও অন্য এটা বন্য হস্তীৰ একেদৰেই মৃত‍্যু হৈছিল ৷ বন্য হস্তীটোৰ এনেদৰে অস্বাভাবিক ভাৱে মৃত্যু হোৱাৰ ঘটনাই সম্প্ৰতি অঞ্চলটোত তীব্ৰ চাঞ্চল‍্যই বিৰাজ কৰিছে ।

লগতে পঢ়কঃ বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.