ETV Bharat / state

কাছাৰত মুকলিকৈ চলিছে অবৈধ জুৱাখেল

author img

By

Published : Oct 30, 2019, 1:47 PM IST

কাছাৰ জিলাৰ কাশিপুৰ, আৰকাটিপুৰ, ৰামনগৰ, সোনাইৰোড, কালিবাৰীচৰ আদিকে দৰি বিভিন্ন ঠাইত চলে অবৈধ জুৱাৰ খেল ৷ মুকলিকৈ চলি থকা অবৈধ জুৱা দেখিও আৰক্ষী-প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷

কাছাৰৰ জুৱা

কাছাৰ, 30 অক্টোবৰঃ উৎসৱৰ বতৰত কাছাৰত মুকলিকৈ চলিছে অবৈধ জুৱাৰ বেহা ৷কালীপূজাৰ সময়ত ল'ৰা, ছোৱালী, পুৰুষ-মহিলা সকলো ব্যস্ত জুৱা খেলত ৷ কাছাৰ জিলাৰ কাশিপুৰ, আৰকাটিপুৰ, ৰামনগৰ, সোনাইৰোড, কালিবাৰীচৰ আদিকে ধৰি বিভিন্ন ঠাইতেই দেখা গ'ল জান্ডি-মুন্ডাৰ খেল ৷ দিনে-নিশাই পথৰ কাষতে চলি থকা এই অবৈধ জুৱা দেখিও নিৰ্বিকাৰ হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে জিলাখনৰ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ৷ একাংশ ৰাইজৰ অভিযোগ, আৰক্ষীক 'মেনেজ' কৰিয়েই এইদৰে জুৱা খেল অনুষ্ঠিত কৰে জুৱাৰী সকলে ৷

এনেদৰেই মুকলিতকৈ চলিছে জুৱা....
Intro:News Silchar Breaking 30 October

কালীপূজা মানেই জুৱা, এতিয়া যেন এই পৰম্পৰা আৰম্ভ হৈছে গোটেই ৰাজ্যত ৷ কালীপূজা আহিলেই জুৱাৰি সকলে যেন কেৰেপ ন কৰে আৰক্ষীক ।Body:News Silchar Breaking 30 October

কালীপূজা মানেই জুৱা, এতিয়া যেন এই পৰম্পৰা আৰম্ভ হৈছে গোটেই ৰাজ্যত ৷ কালীপূজা আহিলেই জুৱাৰি সকলে যেন কেৰেপ ন কৰে আৰক্ষীক ৷
এইবাৰৰ কালীপূজাত কাছাৰ জিলাৰ যতে ততে দেখা গল জান্ডিমুন্ডা ৷ দিনে নিশাই ৰাস্তাৰ কাকত দেখা গল জান্ডিমুন্ডাৰ জুৱা খেল ৷ কিন্তু কাছাৰ আৰক্ষী যেন কুম্ভকৰ্ণৰ নিদ্ৰাত ৷ এইবাৰৰ কাছাৰৰ জুৱা খেল দিখি লাগিছে যেন আৰক্ষীৰ সম্পূৰ্ণ মদতেই চলিছে এই জান্ডিমুন্ডা ৷ ন হলে কেনেকৈ দিনে নিশাই ৰাস্তাৰ কাকত ডেমকেয়াৰ বাবে জুৱাৰি সকলে জুৱা খেলিছে ৷ একাংশৰ অভিযোগ আৰক্ষীৰ পৰা গ্ৰীন সিগনাল পাইহে জুৱাৰি সকলে জুৱা আসৰ বহায় ৷ আৰু এই আসৰ বহাৰ আগত জুৱাৰি সকলে নিকটবৰ্ত্তী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক মেনেজ কৰিহে জুৱাৰ এই আসৰ বহায় ৷ বাইট___

মন কৰক এই দৃশ্য লৈ ৷ এই দৃশ্য হল কাছাৰ জিলাৰ কাশিপুৰ, আৰকাটিপুৰ, ৰামনগৰ, সোনাইৰোড, কালিবাৰীচৰ আদিকে দৰি বিভিন্ন ঠাইৰ জান্ডিমুন্ডা খেলৰ দৃশ্য ৷ চাওক কেনেকৈ ডেমকেয়াৰ বাবে জুৱাৰি সকলে জুৱা খেলত ব্যস্ত ৷ লৰা, ছোৱালী, পুৰুষ মহিলা সকলো ব্যস্ত এই জুৱা খেলত ৷ আৰক্ষীৰ যেন কোনো ভয় ও নাই তেওঁ লোকৰ মাজত ৷ একেই নিশা কৌটি কৌটি টকাৰ জুৱা খেল হল কাছাৰ জিলাত কিন্তু আৰক্ষী প্ৰশাসনৰ কোনো খৱৰ নাই ৷Conclusion:News Silchar Breaking 30 October

কালীপূজা মানেই জুৱা, এতিয়া যেন এই পৰম্পৰা আৰম্ভ হৈছে গোটেই ৰাজ্যত ৷ কালীপূজা আহিলেই জুৱাৰি সকলে যেন কেৰেপ ন কৰে আৰক্ষীক ৷
এইবাৰৰ কালীপূজাত কাছাৰ জিলাৰ যতে ততে দেখা গল জান্ডিমুন্ডা ৷ দিনে নিশাই ৰাস্তাৰ কাকত দেখা গল জান্ডিমুন্ডাৰ জুৱা খেল ৷ কিন্তু কাছাৰ আৰক্ষী যেন কুম্ভকৰ্ণৰ নিদ্ৰাত ৷ এইবাৰৰ কাছাৰৰ জুৱা খেল দিখি লাগিছে যেন আৰক্ষীৰ সম্পূৰ্ণ মদতেই চলিছে এই জান্ডিমুন্ডা ৷ ন হলে কেনেকৈ দিনে নিশাই ৰাস্তাৰ কাকত ডেমকেয়াৰ বাবে জুৱাৰি সকলে জুৱা খেলিছে ৷ একাংশৰ অভিযোগ আৰক্ষীৰ পৰা গ্ৰীন সিগনাল পাইহে জুৱাৰি সকলে জুৱা আসৰ বহায় ৷ আৰু এই আসৰ বহাৰ আগত জুৱাৰি সকলে নিকটবৰ্ত্তী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক মেনেজ কৰিহে জুৱাৰ এই আসৰ বহায় ৷ বাইট___

মন কৰক এই দৃশ্য লৈ ৷ এই দৃশ্য হল কাছাৰ জিলাৰ কাশিপুৰ, আৰকাটিপুৰ, ৰামনগৰ, সোনাইৰোড, কালিবাৰীচৰ আদিকে দৰি বিভিন্ন ঠাইৰ জান্ডিমুন্ডা খেলৰ দৃশ্য ৷ চাওক কেনেকৈ ডেমকেয়াৰ বাবে জুৱাৰি সকলে জুৱা খেলত ব্যস্ত ৷ লৰা, ছোৱালী, পুৰুষ মহিলা সকলো ব্যস্ত এই জুৱা খেলত ৷ আৰক্ষীৰ যেন কোনো ভয় ও নাই তেওঁ লোকৰ মাজত ৷ একেই নিশা কৌটি কৌটি টকাৰ জুৱা খেল হল কাছাৰ জিলাত কিন্তু আৰক্ষী প্ৰশাসনৰ কোনো খৱৰ নাই ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.