ETV Bharat / state

বিহালীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

author img

By

Published : Mar 22, 2021, 11:31 AM IST

Updated : Mar 22, 2021, 5:34 PM IST

বিহালীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জো পি নাড্ডা
বিহালীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জো পি নাড্ডা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 8 দিন বাকী । যাৰবাবে হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে বিজেপি-কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ৷

বিহালী,22 মাৰ্চ : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ দিন বাকী । বৰ্তমানে হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামিছে বিজেপি-কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ।

বিহালীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জো পি নাড্ডা
বিহালীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জো পি নাড্ডা

সোমবাৰে বিশ্বনাথৰ বিহালী সমষ্টিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এক নিৰ্বাচনী সভাত উপস্থিত থাকি প্ৰচাৰ চলাব ৷ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক:অখিল গগৈৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন, সপোন হৈয়ে ৰৱ:শিবু মিশ্ৰ

Last Updated :Mar 22, 2021, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.