ETV Bharat / state

বিশ্বনাথত সম্পূৰ্ণৰূপে বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান,যান-বাহনৰ চলাচল

author img

By

Published : Mar 23, 2020, 12:26 PM IST

Biswanath Bandh
বিশ্বনাথত সম্পূৰ্ণৰূপে বন্ধ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে যান-বাহনৰ চলাচল

বিশ্বনাথত সোমবাৰেও বন্ধ সমৰ্থন সাধাৰণ ৰাইজৰ ৷ ইয়াৰ উপৰিও সোমবাৰ আৰু মঙলবাৰে বিশ্বনাথ, শোণিতপুৰ,লখিমপুৰৰ বেচৰকাৰী বাছ মালিক সন্থাই বন্ধ ৰাখিছে বাহনসমূহৰ চলাচল ৷

বিশ্বনাথ,23 মাৰ্চঃ ২২ মাৰ্চ পৰা ২৩ মাৰ্চৰ পুৱা 4 বজালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক জনতাৰ সান্ধ্য আইন পালন কৰিবলৈ আহ্বান জনাইছিল ৷ বিশ্বনাথত সোমবাৰেও বন্ধ সমৰ্থন সাধাৰণ ৰাইজৰ ৷ ইয়াৰ উপৰিও সোমবাৰ আৰু মঙলবাৰে বিশ্বনাথ,শোণিতপুৰ,লক্ষীমপুৰ বেচৰকাৰী বাছ মালিক সন্থাই বন্ধ ৰাখিছে বাহনসমূহৰ চলাচল ৷ লগতে বিশ্বনাথৰ ব্যৱসায়ী সন্থাৰ আহ্বানমৰ্মে বন্ধ ৰখা হয় ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ ৷

বিশ্বনাথত সম্পূৰ্ণৰূপে বন্ধ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে যান-বাহনৰ চলাচল

লগতে পঢ়ক-প্ৰায় ২৫ ঘন্টা পাচত ঘৰৰ পৰা ওলাই আহিল মহানগৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.