ETV Bharat / state

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যাৰ ১৪ টা সমষ্টিতেই বিজপিৰ প্ৰাৰ্থী জয়ী হ’বঃ হিমন্ত বিশ্ব

author img

By

Published : Dec 6, 2020, 8:58 PM IST

বিগত ১৭ বছৰত স্বচ্ছ ভাৰত অভিযানৰ অধিনত বিটিচিত দুখীয়া মানুহক এটা লেট্ৰিন পৰ্যন্ত বনাই দিয়া নাই হাগ্ৰামা মহিলাৰীয়ে বুলি কটাক্ষ কৰে প্ৰভাবশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যাৰ ১৪ টা সমষ্টিতেই বিজপিৰ প্ৰাৰ্থী জয়ী হ’বঃ হিমন্ত বিশ্ব শৰ্মা
বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যাৰ ১৪ টা সমষ্টিতেই বিজপিৰ প্ৰাৰ্থী জয়ী হ’বঃ হিমন্ত বিশ্ব শৰ্মা

জনীয়া,6 ডিচেম্বৰঃ দেওবাৰে চিৰাং জিলাৰ পানবাৰী হাইস্কুল খেল পথাৰত ১৮ নং মানাস চেৰফাং সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থীৰ শিৱনাথ ব্ৰহ্মৰ হৈ বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলায় অসমৰ স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । শিৱনাথ ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ দিলীপ শইকীয়াও উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যাৰ ১৪ টা সমষ্টিতেই বিজপিৰ প্ৰাৰ্থী জয়ী হ’বঃ হিমন্ত বিশ্ব শৰ্মা

ইপিনে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰধানমন্ত্ৰীয়ে দুখীয়া মানুহক আবন্টন দিয়া এটা লেট্ৰিনো বনাই নিদিলে বিটিচি চৰকাৰে । আনহাতে বিধায়ক কমল সিং নাৰ্জাৰীয়ে আঙুৰলতা ডেকাক উদ্দেশ্যি কৰা অশালিন মন্তব্য সৰ্ন্দভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই মন্তব্য অতি দূৰ্ভাগ্যজনক ।

লগতে পঢ়কঃ কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.