ETV Bharat / state

কুইপ'ৰ দুই কৰ্মচাৰীক মুক্তি দিবলৈ আহ্বান গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

author img

By

Published : Feb 21, 2021, 9:53 PM IST

Updated : Mar 2, 2021, 12:22 PM IST

কুইপ'ৰ দুই কৰ্মচাৰীক মুক্তি দিবলৈ আহ্বান গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ
কুইপ'ৰ দুই কৰ্মচাৰীক মুক্তি দিবলৈ আহ্বান গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

মানৱীয়তাৰ খাতিৰত কুইপ'ৰ দুই অপহৃত কৰ্মচাৰীক মুক্তি দিবলৈ আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ৷

বৰপেটা,21 ফেব্ৰুৱাৰী: কুইপ'ৰ দুই অপহৃত কৰ্মচাৰীক মুক্তি দিবলৈ আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ । মানৱীয়তাৰ খাতিৰত প্ৰণৱ গগৈ আৰু ৰাম কুমাৰক মুক্তি দিবলৈ কাতৰ আহ্বান সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হাচিবুল ইছলামৰ ।

কুইপ'ৰ দুই কৰ্মচাৰীক মুক্তি দিবলৈ আহ্বান গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ
দুই অপহৃত কৰ্মচাৰীৰ মুক্তিৰ বাবে তৎকালীন ভাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কুইপ' কোম্পানীক ধিক্কাৰ দিছে সংগঠনটোৱে । এজন অসমীয়াই আন এজন অসমীয়াৰ ক্ষতি নকৰে বুলি পৰেশ বৰুৱাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি অপহৃত দুই কৰ্মচাৰীক মুক্তি দিবলৈ অনুৰোধ জনাইছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হাচিবুল ইছলামে ।

লগতে পঢ়ক: বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated :Mar 2, 2021, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.