ETV Bharat / state

Arms Recovered in Udalguri : মাজবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ ৰাইফলসহ সজীৱ গুলী

author img

By

Published : Dec 9, 2022, 9:42 AM IST

মাজবাট আৰক্ষীৰ সফলতা ৷ বৃহস্পতিবাৰে বিয়লি মাজবাটৰ চিকাৰিডাঙাত মাজবাট আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ কৰা হয় এটা AK 56 ৰাইফলসহ ২০ জাই সজীৱ গুলী (Arms Recovered from Mazbat) ৷

Arms Recovered in Udalguri
মাজবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ ৰাইফলসহ সজীৱ গুলী

  • মাজবাটত পুনৰ অস্ত্ৰ উদ্ধাৰৰ ঘটনা (Arms Recovered in Udalguri)
  • মাজবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ এটা AK 56 ৰাইফলসহ ২০ জাই সজীৱ গুলী (Arms Recovered from Mazbat)
  • তথ্য অনুসৰি, বৃহস্পতিবাৰে বিয়লি মাজবাটৰ চিকাৰিডাঙাত অভিযান চলাইছিল মাজবাট আৰক্ষীয়ে
    Arms Recovered in Udalguri
    মাজবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ ৰাইফলসহ সজীৱ গুলী
  • ওদালগুৰিৰ ASP আচূৰ্য জীৱন বৰুৱা, মাাজবাট থানাৰ OC ৰাজীৱ গোঁহাইৰ নেতৃত্বত চলিছিল এই অভিযান
  • গাঁতত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় অস্ত্ৰখিনি
  • বৰ্তমানেও অৰুণাচল সীমান্তৰ অঞ্চলটোত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান
    Arms Recovered in Udalguri
    মাজবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ ৰাইফলসহ সজীৱ গুলী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.