ETV Bharat / sports

অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰা দ্বিতীয় কনিষ্ঠতম খেলুৱৈ ছফিয়া কেনিন

author img

By

Published : Feb 1, 2020, 9:20 PM IST

অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ জয় কৰা দ্বিতীয় কনিষ্ঠতম খেলুৱৈ ছফিয়া কেনিন
অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ জয় কৰা দ্বিতীয় কনিষ্ঠতম খেলুৱৈ ছফিয়া কেনিন

অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰি অভিলেখ ৰচিলে আমেৰিকাৰ ছফিয়া কেনিননে ৷ ছাৰাপোভাৰ পিচত অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ জয় কৰা দ্বিতীয় কনিষ্ঠতম খেলুৱৈ হ’ল ছফিয়া ৷

স্পৰ্টছ ডেস্ক, 1 ফেব্ৰুৱাৰীঃ স্পেইনৰ গাৰ্বিন মুগুৰুজাক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰি অভিলেখ ৰচিবলৈ সক্ষম হ’ল আমেৰিকাৰ টেনিছ খেলুৱৈ ছফিয়া কেনিননে ৷

মাৰিয়া ছাৰাপোভাৰ পাচতেই শনিবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰি দ্বিতীয় কনিষ্ঠতম খেলুৱৈ হ’ল ছফিয়া ৷ 2 ঘণ্টা 3 মিনিটলৈ চলা ফাইনেল মেচখনত ছফিয়াই 4-6, 6-2, 6-2 ছেটত জয় লাভ কৰে ৷

21 বছৰ 80 দিনীয়া কেনিনে এই সফলতা অৰ্জন কৰি দ্বিতীয় কনিষ্ঠতম খেলুৱৈৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ ইয়াৰ পূৰ্বে মাৰিয়া ছাৰাপোভাই 2008 বৰ্ষত 20 বছৰ বয়সত অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰিছিল ৷

Intro:Body:

Melbourne: America's Sofia Kenin stunned two-time Major champion Garbine Muguruza to become the youngest player to lift the Australian Open trophy in 12 years after Maria Sharapova.   

Kenin, 21, showed all her trademark aggression as she fought back from a set down to win it 4-6, 6-2, 6-2 in 2hrs 3mins.

At 21 years and 80 days, Kenin is 22 days younger than Japan's Naomi Osaka when she won the title last year. She is the youngest champion since Maria Sharapova won aged 20 in 2008.


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.