ETV Bharat / sports

ISL 7 ছিজন অ'পেনাৰ : এটিকে মোহন বাগানৰ হাতত পৰাস্ত কেৰালা ব্লাষ্টাৰ্ছ

author img

By

Published : Nov 21, 2020, 8:31 AM IST

ISL 7 ছিজন অ'পেনাৰত মুখামুখি এটিকে মোহন বাগান বনাম কেৰালা ব্লাষ্টাৰ্ছ ৷ এটিকেৰ হাতত 1-0 ত পৰাস্ত কেৰালা ব্লাষ্টাৰ্ছ ৷

ISL 7 ছিজন অ'পেনাৰ
ৰয় কৃষ্ণ

স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ : আইএছএল 7 ছিজন অ'পেনাৰত জয় সাব্যস্ত কৰিছে এটিকে মোহন বাগানে ৷ গোৱাৰ বাম্বোলিম জিএমচি ষ্টেডিয়ামত অনুষ্ঠিত মেচত কেৰালা ব্লাষ্টাৰ্ছক পৰাস্ত কৰি আইএছএলৰ সপ্তম সংস্কৰণৰ প্ৰথম মেচত জয়ী হৈছে এটিকে মোহন বাগান ৷ মেচৰ 67 মিনিটত একমাত্ৰ গ'লটো প্ৰদান কৰে এটিকেৰ ৰয় কৃষ্ণই ৷

ISL 7 ছিজন অ'পেনাৰ
ATKMB বনাম KBFC
ISL 7 ছিজন অ'পেনাৰ
ৰয় কৃষ্ণ

দীৰ্ঘ বিৰতিৰ অন্তত খেলপথাৰলৈ উভতি অহা দুয়ো দলে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম হয় ৷ এই জয়েৰে এটিকে দলে 3 পইন্ট সংগ্ৰহ কৰে ৷

ISL 7 ছিজন অ'পেনাৰ
ৰয় কৃষ্ণ

লগতে পঢ়ক : আইএছএল 7 : আজি নৰ্থ ইষ্ট এফ চি বনাম মুম্বাই চিটী এফ চি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.