ETV Bharat / sports

চেন্নায়ান এফ চিৰ হাতত 2-1 গ'লত পৰাস্ত জামেছদপুৰ এফ চি

author img

By

Published : Nov 24, 2020, 10:46 PM IST

মঙলবাৰে গোৱাৰ ভাস্কোস্থিত তিলক ময়দান খেলপথাৰত অনুষ্ঠিত ISLৰ এখন হাইভল্টেজ মেচত চেন্নায়ান এফ চিৰ হাতত পৰাস্ত হয় জামেছদপুৰ এফ চি ৷ চলিত বৰ্ষৰ ISLৰ পঞ্চমখন মেচত চেন্নাইয়ান এফ চিয়ে 2-1 গ'লত পৰাস্ত কৰে জামেছদপুৰ এফ চিক ৷

In Pics: ISL 7 - Chennaiyin blow away Jamshedpur 2-1 in Vasco
চেন্নাইয়ান এফ চিৰ হাতত 2-1 গ'লত পৰাস্ত জামেছদপুৰ এফ চি

নিউজ ডেস্ক,24 নৱেম্বৰঃ ক্ৰমাৎ ৰোমাঞ্চকৰ হৈ পৰিছে 2020-21 বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগ ৷ মঙলবাৰে গোৱাৰ ভাস্কোস্থিত তিলক ময়দান খেলপথাৰত অনুষ্ঠিত ISLৰ এখন হাইভল্টেজ মেচত চেন্নাইয়ান এফ চিৰ হাতত পৰাস্ত হয় জামেছদপুৰ এফ চি ৷

In Pics: ISL 7 - Chennaiyin blow away Jamshedpur 2-1 in Vasco
চেন্নাইয়ান এফ চিৰ হাতত 2-1 গ'লত পৰাস্ত জামেছদপুৰ এফ চি

চলিত বৰ্ষৰ ISLৰ পঞ্চমখন মেচত চেন্নাইয়ান এফ চিয়ে 2-1 গ'লত পৰাস্ত কৰে জামেছদপুৰ এফ চিক ৷ চেন্নাইয়ান এফ চিৰ হৈ অনিৰুদ্ধ থাপা আৰু স্মাইল গোঞ্চালভেচে এই গ'ল প্ৰদান কৰে ৷

In Pics: ISL 7 - Chennaiyin blow away Jamshedpur 2-1 in Vasco
চেন্নাইয়ান এফ চিৰ হাতত 2-1 গ'লত পৰাস্ত জামেছদপুৰ এফ চি

ইপিনে এই মেচত জয় লাভ কৰি চেন্নায়ান এফ চিয়ে ISLত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈও সক্ষম হয় ৷ উল্লেখযোগ্য যে, মেচৰ আৰম্ভণিতে পূৰ্বৰ দুবাৰৰ চেম্পিয়ন চেন্নায়ান এফ চিকে ফেভাৰিট হিচাপে গণ্য কৰা হৈছিল ৷

In Pics: ISL 7 - Chennaiyin blow away Jamshedpur 2-1 in Vasco
চেন্নাইয়ান এফ চিৰ হাতত 2-1 গ'লত পৰাস্ত জামেছদপুৰ এফ চি

তদুপৰি চলিত বৰ্ষত জামেছদপুৰ এফ চিৰ প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰা অ'ভেন কয়েল বিগত বৰ্ষত চেন্নায়ান এফ চিৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

লগতে পঢ়কঃপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ’ল গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.