ETV Bharat / sports

আইপিএল 2020 : আজিৰ মেচ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম দিল্লী কেপিটেলছ

author img

By

Published : Oct 5, 2020, 5:02 PM IST

IPL 2020: RCB vs DC
ৰয়েল ছেলেঞ্জাৰছ বনাম বাংগালুৰু দিল্লী কেপিটেলছ

আইপিএলত আজি ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব মেচ ৷

স্প’ৰ্টছ ডেস্ক, 5 অক্টোবৰ: চলিত আইপিএলৰ আজিৰ মেচত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি হ’ব দিল্লী কেপিটেলছ ৷ সন্ধিয়া 7.30 বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন ৷

বৰ্তমানলৈকে দুয়োটা দলে পইণ্ট তালিকাৰ 6 নম্বৰ স্থানত আছে যদিও ৰাণ ৰেটৰ ফালৰ পৰা কোহলী বাহিনীতকৈ দিল্লী আগস্থানত আছে ৷ আজিৰ মেচখনক লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা পৰিলক্ষিত হৈছে ৷

IPL 2020: RCB vs DC
ৰয়েল ছেলেঞ্জাৰছ বনাম বাংগালুৰু দিল্লী কেপিটেলছ

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলিব বিৰাট কোহলী (কেপ্তেইন),এবি ডি ভিলিয়াৰ্ছ,পাৰ্থিৱ পাটেল(উইকেট কীপাৰ),আৰ’ন ফিন্স,জোচ ফিলিপ্প(উইকেট কীপাৰ),ক্ৰিচ ম’ৰিচ,মহম্মদ চিৰাজ,শ্বাহবাজ আহমেদ,দেৱদুট পাডিক্কাল,য়ুজৱেন্দ্ৰ চহল,নৱদ্বীপ চাইনী,ডেল ষ্টেইন,পৱন নেগী,ইচুৰু উড়ানা,শিৱম ডুবে,উমেশ য়াদৱ,গুৰকীৰট সিং মন,ৱাশ্বিংটন সুন্দৰ,পৱন দেশপাণ্ডে আৰু আদাম যাম্পা ৷

IPL 2020: RCB vs DC
ৰয়েল ছেলেঞ্জাৰছ বনাম বাংগালুৰু দিল্লী কেপিটেলছ

আনহাতে, দিল্লী কেপিটেলছৰ স্কোৱাডত আছে শ্ৰেয়াছ আয়াৰ(কেপ্তেইন),ৰৱিচন্দ্ৰন অশ্বিন,শিখৰ ধৱন,পৃথ্বী শ্ব,চিমৰ’ন হেটময়েৰ,কাগিছ’ ৰাৱাডা,আজিংক্য ৰাহানে,অমিত মিশ্ৰা,ৰিশভ পণ্ট (উইকেট কীপাৰ),ঈশান্ত শৰ্মা,অক্ষৰ পেটেল,সন্দীপ লেমিচ্চানে,কিমো পল,ডেনিয়েল চেমছ,মোহিত শৰ্মা,অনৰিছ ন’ৰ্টজে,এলেক্স কেৰী (উইকেট কীপাৰ),অৱেচ খান,তুশাৰ দেশপাণ্ডে,হৰ্চল পেটেল,মাৰ্কাছ ষ্টইনিছ আৰু লাচিত য়াদৱ ৷

লগতে পঢ়ক: জনা-নজনা: কোন দেশত কি ধৰ্ষণৰ শাস্তি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.