ETV Bharat / sports

হায়দৰাবাদত অনুষ্ঠিত হ'ব আইপিএলৰ ফাইনেল

author img

By

Published : Apr 22, 2019, 11:36 PM IST

HYDERABAD TO HOST IPL FINAL

আইপিএল ফাইনেল আয়োজনৰ দায়িত্ব লাভ কৰিছে হায়দৰাবাদে ৷ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত 12 মে'ত অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত ফাইনেল মেচখন ৷

নিউজ ডেস্ক, 22 এপ্ৰিল: 2019 চনৰ আইপিএলৰ ফাইনেল মেচখন অনুষ্ঠিত হ'ব হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৷ 12 মে'ত অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত এই ফাইনেল মেচখন ৷ উল্লেখ্য যে, আইপিএলৰ নিয়ম অনুসৰি ডিফেণ্ডিং চেম্পিয়নে অপেনিং আৰু ফাইনেল মেচৰ আয়োজন কৰে ৷ সেই সূত্ৰে চেন্নাইত ফাইনেল মেচখন অনুষ্ঠিত হ'ব লাগিছিল যদিও তামিলনাডু ক্ৰিকেট এছ'চিয়েছনে তিনিটাকৈ ষ্টেণ্ড মুকলি কৰাৰ অনুমতি লাভ নকৰিলে ৷ ইয়াৰ ফলত ফাইনেল মেচখন হায়দৰাবাদলৈ স্থানান্তৰিত কৰা হয় ৷

Intro:Body:

a


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.