ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে 314 ৰাণ সংগ্ৰহ ভাৰতৰ

author img

By

Published : Jul 2, 2019, 7:07 PM IST

বাংলাদেশৰ বিৰুদ্ধে 314 ৰাণ সংগ্ৰহ টীম ইণ্ডিয়াৰ ৷ ৰোহিত শৰ্মাৰ শতকৰ জৰিয়তে 9 টাকৈ উকেট হেৰুৱাই এই ৰাণ সংগ্ৰহ কৰে ভাৰতে ৷

বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ সংগ্ৰহ 314 ৰাণ

নিউজ ডেস্ক, 2 জুলাই : বিশ্বকাপৰ 40 সংখ্যক মেচত বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াই 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 314 ৰাণ ৷ ৰোহিত শৰ্মাৰ শতকৰ উপৰিও কে. এল. ৰাহুলৰ 77 ৰাণৰ ইনিংছৰ জৰিয়তে ভাৰতে বাংলাদেশক 315 ৰাণৰ সীমা বান্ধি দিয়ে ৷ ইয়াৰ উপৰি, ঋষভ পন্তে 48 ৰাণ কৰাৰ লগতে উইকেট কীপাৰ বেটছমেন ধোনীয়ে 35 ৰাণৰ ইনিংছ খেলে ৷

Intro:Body:

india target


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.