ETV Bharat / sports

আই পি এলত আজি ৰাজস্থান ৰয়েল্ছৰ বিৰুদ্ধে দিল্লী কেপিটেল্চ

author img

By

Published : Apr 22, 2019, 9:12 AM IST

আই পি এলৰ 40 সংখ্যক খেলত আজি ৰাজস্থান ৰয়েল্ছৰ বিৰুদ্ধে মুখামুখী হ'ব দিল্লী কেপিটেল্চ ৷ এইটো ছীজনৰ প্ৰথমখন মেচত মুখামুখী হ'ব দুয়োটা দল

আজি ৰাজস্থান ৰয়েল্ছৰ বিৰুদ্ধে দিল্লী কেপিটেল্চ

স্পৰ্টচ ডেস্ক, 22 এপ্ৰিলঃ জয়পুৰৰ হাৱাই মানছিং ষ্টেডিয়ামত সন্ধিয়া 8 বজাত ৰাজস্থান ৰয়েল্ছৰ বিৰুদ্ধে মুখামুখী হ'ব দিল্লী কেপিটেল্চ ৷ আই পি এলৰ এইখন হ'ব 40 সংখ্যক মেচ ৷ এইটো ছীজনৰ প্ৰথমখন মেচত মুখামুখী হ'ব দুয়োটা দল ৷ দিল্লীয়ে 10 খন মেচত 12 পইন্টেৰে পইন্ট তালিকাৰ তৃতীয় স্থান দখল কৰাৰ বিপৰীতে নখন মেচ খেলি 6 পইন্টেৰে 7 নম্বৰ স্থানত আছে ৰাজস্থান ৰয়েল্ছ ৷

আজি ৰাজস্থান ৰয়েল্ছৰ বিৰুদ্ধে দিল্লী কেপিটেল্চ

বৰ্তমানলৈকে ৰাজস্থান ৰয়েল্ছৰ হৈ খেলি থকা অসমৰ ৰিয়ান পৰাগৰ সুন্দৰ প্ৰদৰ্শনক লৈ আশাবাদী ক্ৰীড়া অনুৰাগী সকল ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.