ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্ট : টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ভাৰতৰ

author img

By

Published : Dec 17, 2020, 9:54 AM IST

আজি প্ৰথম টেষ্টত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ভাৰতীয় দলৰ ৷

বেটিঙৰ সিদ্ধান্ত
টছত জয়ী ভাৰত

স্পৰ্টছ ডেস্ক, 17 ডিচেম্বৰ : আজিৰ পৰা এডিলেইড অভেলত আৰম্ভ হৈছে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ প্ৰথম টেষ্ট মেচ ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ অধিনায়ক বিৰাট কোহলীৰ ৷ এয়া ভাৰতৰ বাহিৰত প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷

টছত জয়ী ভাৰত
অষ্ট্ৰেলিয়া বনাম ভাৰত

এই মেচত ভাৰতীয় দলটোৰ বেটিংক্ৰম অধিক শক্তিশালী হিচাপে বিবেচিত হৈছে ৷ আনহাতে, দলটোত থাকিব স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনসহ চাৰিজন বলাৰ ৷

টছত জয়ী ভাৰত
অষ্ট্ৰেলিয়া দল

ভাৰতীয় দলৰ স্কোৱাড : বিৰাট কোহলী (অধিনায়ক), মায়ংক আগৰৱাল, পৃথ্বী শ্ব', চেতেশ্বৰ পূজাৰা, আজিংকা ৰাহানে, হনুমা বিহাৰী, ঋধিমান ছাহা, আৰ অশ্বিন, উমেশ যাদৱ, মহম্মদ ছামী, জছপ্ৰীত বুমৰাহ ৷

টছত জয়ী ভাৰত
ভাৰতীয় ক্ৰিকেট দল

লগতে পঢ়ক : বেলন ডি অৰ ড্ৰিম টিমত স্থান লাভ মেছি, ৰোনাল্ডো, মাৰাডোনা আৰু পেলেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.