ETV Bharat / sitara

উদুলি মুদুলি মাজুলী! এফালে যদি ৰাস আনফালে আকৌ মিউজিক ফেষ্টিভেল

author img

By

Published : Nov 17, 2019, 9:07 PM IST

মিউজিক ফেষ্টিভেল

ৰাস মহোৎসৱৰ সমান্তৰালভাৱে মাজুলীত অনুষ্ঠিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা মাজুলী মিউজিক ফেষ্টিভেলৰ আজি অন্তিমটো দিন ৷

মাজুলী,17 নৱেম্বৰঃ উদুলি মুদুলি মাজুলী ৷ অসংখ্য সংগীতপ্ৰেমীৰ সমাগমেৰে মাজুলীস্থিত জেংৰাইমুখত পোন প্ৰথমবাৰৰ বাবে আড়ম্বৰপূৰ্ণ ভাবে আয়োজন কৰা হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ এই মহোৎসৱত অংশগ্ৰহণ কৰিছে আন্তঃৰাষ্ট্ৰীয় শিল্পী গুৰু ৰেৱেন মাচাংগা, কল্যাণ বৰুৱা, যতীন শৰ্মা , নিলোৎপল বৰা, গল্ডী সোহেল, সুৰেশ যোশী, শংকুৰাজ প্ৰডাক্ট বাৰ্তালাপ, অভি শইকীয়া, বায়' এণ্ড মিৰি ব্ৰেণ্ড ,আইলেণ্ড ৱাৰিয়ৰ, এলব' নাগা, কাল্টিভেটৰচ, অভিলাস চৌধুৰী , ইষ্টাৰ্ণ ঢোল প্লেয়াৰচ , ৰেইন ইন চাহাৰা, মনিৰাজ হাজৰিকাকে ধৰি বহুতো জনপ্ৰিয় শিল্পী ব্ৰেণ্ডে । সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত পৰ্যটকসকলৰ বাবে নৈশ যাপনৰ ব্যৱস্থা কৰাৰ লগতে নৌকা বিহাৰ , পেৰাস্লাইডিংৰ দৰে আকৰ্ষনীয় অনুষ্ঠানো প্ৰৰ্দশিত হৈছে। এই অনুষ্ঠানৰ মাজতে সমাহাৰ ঘটিছে স্থানীয় জনজাতীয় খাদ্য সম্ভাৰৰ ৷ যথেষ্ট গ্ৰাহকে ভিৰ কৰিছেহি স্থানীয় জনজাতীয় খাদ্য সম্ভাৰ এই বিপনী সমূহত ৷

মিউজিক ফেষ্টিভেল
Intro:মাজুলী মিউজিক ফেছটিভেলৰ দ্বিতীয় দিন।।

থলুৱা জনগোষ্ঠীয় খাদ্য সম্ভাৰ ।।

মিচিং জনগোষ্টীয় পানীয় সোৱাদ ললে ফ্লস্ক ৱাগানে।।

গীতৰ তালে তালে নৃত্য কৰে মাধুৰিমা চৌধুৰী য়ে ।


V. O: নদীদ্বীপ মাজুলীত তিনিদীয়াকৈ অনুষ্ঠিত হৈছে মিউজিক ফেছটিভেল। গ্ৰাম্য পৰ্যটন, আৰ্থ সামাজিক আৰু সাংস্কৃতিক আদি সৰ্বতো প্ৰকাৰৰ উন্নয়ন তথা বিকাশৰ উদেশ্য আগত ৰাখি শুক্ৰবাৰৰ পৰা মাজুলী মিউজিক ফেচটিভেল ফাউণ্ডেচনৰ উদ্যাগত উজনি মাজুলীৰ খেৰকটিয়াৰ নদীৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিবেশেত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মাজুলী সংগীত মহোৎসৱৰ ৷ যুৱ ব্যৱসায় বিতুপন দলেৰ নেতৃত্বত জেনেস্ক এফ ছিয়ে প্ৰদান কৰা আদৰনি টোৰন উদ্ধোধনৰ পিছত জিলাখনত পোন প্ৰথমবাৰৰ বাবে ১৫ পৰা ১৭ নৱেম্বৰলৈ তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মাজুলী সংগীত মহোৎসৱ ৷ নদীদ্বীপটোৰ সমস্যাৰাজিৰ লগতে ইয়াৰ আৰ্থ সামাজিক দিশ, সাংস্কৃতিক বৈচিত্ৰতা আৰু লোকসকলৰ জীৱন ধাৰন প্ৰনালীক ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিষ্ঠা কৰাৰ অনন্য প্ৰয়াস কৰা হৈছে । এই মহোৎসৱত আন্তৰাষ্টীয় শিল্পী গুৰু ৰেৱেন মাচাংগা, কল্যান বৰুৱা, যতীন শৰ্মা , নিলোৎপল বৰা, গল্ডী সোহেল, সুৰেশ যোশী, শংকুৰাজ প্ৰডাক্ট বাৰ্তালাপ, অভি শইকীয়া, বায়' এণ্ড মিৰি ব্ৰেণ্ড ,আইলেণ্ড ৱাৰিয়ৰ, এলব' নাগা, কাল্টিভেটৰচ, অভিলাস চৌধুৰী , ইষ্টাৰ্ণ ঢোল প্লেয়াৰচ , ৰেইন ইন চাহাৰা, মনিৰাজ হাজৰিকাকে ধৰি বহুতো জনপ্ৰিয় শিল্পী ব্ৰেণ্ড । সম্পূৰ্ন প্ৰাকৃতিক পৰিবেশত টম্বুৰ তলত পৰ্যটকসকলৰ নৈশ যাপনৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় জনজাতীয় খাদ্য সম্ভাৰ , নৌকা বিহাৰ , পেৰাস্লাইডিংৰ দৰে আকৰ্ষনীয় অনুষ্ঠানো পৰ্দশিত হৈছে। দ্বিতীয় দিনা কাৰ্যসূচীত গীতৰ তালে তালে নৃত্য কৰে মাধুৰিমা চৌধুৰী য়ে নৃত্য কৰে । আইলেণ্ড ৱাৰিয়ৰ ,প্ৰতিধ্বনি,গল্ডদি চহেল ,ফ্লস্ক ৱাগান, কাল্টিভেটৰ ,আৰু কেইবাটাও বেণ্ডে অংশ গ্ৰহন কৰে ।স্থানীয় জনজাতীয় খাদ্য সম্ভাৰ বিপনি সমূহত গ্ৰাহক যথেষ্ট ভিৰ দেখা পোৱা গৈছে।


বাইট: ফ্লস্ক ৱাগান ( mojo পৰা গৈছে )Body:মাজুলীৰ পৰা যাদুমণি শইকীয়া ইটিভি ভাৰত অসম Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.