ETV Bharat / sitara

"83" বিশ্ব ক্ৰিকেটৰ কিংবদন্তি খেলুৱৈসকলক সাক্ষাৎ অভিনেতা ৰণবীৰ সিঙৰ

author img

By

Published : Jun 3, 2019, 9:42 AM IST

বিশ্ব ক্ৰিকেটৰ কিংবদন্তি খেলুৱৈসকলক সাক্ষাৎ

বিশ্ব ক্ৰিকেটৰ কিংবদন্তি খেলুৱৈ সুনীল গাভেস্কাৰ,শ্বেন ৱাৰ্ণ আৰু ভিভিয়ান ৰিচাৰ্ডক সাক্ষাৎ ৰণবীৰ সিঙৰ ৷ "83"ত কপিল দেৱৰ চৰিত্ৰ সবল ৰূপত ৰূপায়ণৰ বাবে প্ৰয়াস অভিনেতাগৰাকীৰ

নিউজ ডেস্ক,3 জুন : আহিবলগীয়া ছবি "83"ৰ কাৰণে ব্যাপক ৰূপত ব্যস্ত বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং ৷ কিংবদন্তি ভাৰতীয় খেলুৱৈ কপিল দেৱৰ জীৱনৰ আধাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনত কপিল দেৱৰ চৰিত্ৰ সবল ৰূপত ৰূপায়ণৰ বাবে এতিয়া অভিনেতাগৰাকী ব্যস্ত বিশ্ব ক্ৰিকেটৰ ইজনৰ পাচত সিজন কিংবদন্তি খেলুৱৈক সাক্ষাৎ কৰাত ৷

বিশ্ব ক্ৰিকেটৰ কিংবদন্তি খেলুৱৈসকলক সাক্ষাৎ
শেহতীয়াকৈ অভিনেতাগৰাকীয়ে সাক্ষাৎ কৰে বিশ্ব ক্ৰিকেটৰ কিংবদন্তি খেলুৱৈ অৰ্থাৎ কপিল দেৱৰ সময়ৰ খেলুৱৈ সুনীল গাভাস্কাৰ,শ্বেন ৱাৰ্ণ আৰু ভিভিয়ান ৰিচাৰ্ডক ৷ ইনষ্টাগ্ৰামযোগে অভিনেতাগৰাকীয়ে কিংবদন্তি খেলুৱৈকেইগৰাকীৰ লগত উঠা ফটো প্ৰকাশ কৰি সুনীল গাভেস্কাৰক দ্য লিটিল মাষ্টৰ,শ্বেন ৱাৰ্ণক স্পীন কিং আৰু ভিভিয়ান ৰিচাৰ্ডক দ্য ইনকমপৰেবেল ছাৰ বুলি কয় ৷
New Delhi, June 03 (ANI): Ranveer Singh, who recently introduced the 'Kapil's Devils,' who will be seen in the upcoming film '83', parades a beaming smile as he poses with the 'Little Master' Sunil Gavaskar and 'Spin King' Shane Warne. The Bollywood powerhouse is working hard to grace the role as Kapil Dev in the film. He has been seen meeting Dev and taking notes from the legend himself on several occasions. And now, to add more power to his character, Ranveer met another legend from the same era Sunil Gavaskar and Australian ace cricketer Shane Warne. The actor shared the picture of the meeting on Instagram. The film, '83' is based on the ace cricketer Kapil Dev who is credited with India's World Cup victory in 1983. He also served as Indian team's coach from 1999 to 2000. Helmed by Kabir Khan, the movie is slated to hit the theatres on April 10, 2020.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.