ETV Bharat / sitara

পাপাৰাজী ডায়েৰী: মুম্বাইৰ বিভিন্ন স্থানত দেখা গ’ল অনন্যা, সাৰা, দিশাক

author img

By

Published : Mar 6, 2021, 12:53 PM IST

Paparazzi diary: Ananya returns from Goa, Sara, Disha spotted
পাপাৰাজী ডায়েৰী:মুম্বাইৰ বিভিন্ন স্থানত দেখা গ’ল অনন্যা, সাৰা, দিশাক

মুম্বাই বিমান বন্দৰত দেখিবলৈ পোৱা গ’ল অভিনেত্ৰী অনন্যা পাণ্ডেক ৷ গোৱাৰ পৰা মুম্বাইলৈ উভতিছে অভিনেত্ৰী গৰাকী ৷ ইয়াৰ উপৰিও মুম্বাইৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গ’ল মৃণাল ঠাকুৰ, দিশা পাটানী, সুনীল শেট্টীকে ধৰি কেইবাগৰাকীও বি-টাউন তাৰকাক ৷

চিটাৰা ডেস্ক, 6 মাৰ্চ: মুম্বাই বিমান বন্দৰত দেখিবলৈ পোৱা গ’ল অভিনেত্ৰী অনন্যা পাণ্ডেক ৷ গোৱাৰ পৰা মুম্বাইলৈ উভতিছে অভিনেত্ৰী গৰাকী ৷ ইয়াৰ উপৰিও মুম্বাইৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গ’ল মৃণাল ঠাকুৰ, দিশা পাটানী, সুনীল শেট্টীকে ধৰি কেইবাগৰাকীও বি-টাউন তাৰকাক ৷

পাপাৰাজী ডায়েৰী:মুম্বাইৰ বিভিন্ন স্থানত দেখা গ’ল অনন্যা, সাৰা, দিশাক

লগতে পঢ়ক-আগন্তুক ছবি 'ফাইটাৰ'ৰ বাবে প্ৰস্তুতি চলাব ঋত্বিক ৰোছনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.