ETV Bharat / sitara

মুম্বাইত কৰীণা, মালাইকাই একেলগে কি কৰিছে ?

author img

By

Published : Mar 14, 2021, 1:03 PM IST

মুম্বাইত কৰীণা, মালাইকাই একেলগে কি কৰিছে?
মুম্বাইত কৰীণা, মালাইকাই একেলগে কি কৰিছে?

বলিউড তাৰকা কৰীণা কাপুৰ, অনন্যা পাণ্ডেৰ লগতে কেবাজনো তাৰকাই পাপাৰাজ্জিৰ জৰিয়তে মুম্বাই আৰু তাৰ ওচৰৰ চাৰিওফালে বিভিন্ন ফটো তুলিছিল । শনিবাৰে কৰীণা কাপুৰক অমৃতা আৰোৰাৰ বাসগৃহৰ সন্মুখত দেখা পোৱা গৈছিল । লগতে, মালাইকা আৰোৰাকো বান্ধৱী অমৃতা আৰোৰাৰ বাসগৃহৰ সন্মুখত দেখা পোৱা গৈছিল । ইফালে, অনন্যা পাণ্ডেক আৰবাজ খানৰ 'চাট শ্ব'ৰ বাবে দেখা পোৱা গৈছিল ।

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: বলিউড তাৰকা কৰীণা কাপুৰ, অনন্যা পাণ্ডৰ লগতে কেবাজনো তাৰকাই পাপাৰাজ্জিৰ জৰিয়তে মুম্বাই আৰু তাৰ ওচৰৰ চাৰিওফালে বিভিন্ন ফটো তুলিছিল । শনিবাৰে কৰীণা কাপুৰক অমৃতা আৰোৰাৰ বাসগৃহৰ সন্মুখত দেখা পোৱা গৈছিল । লগতে, মালাইকা আৰোৰাকো বান্ধৱী অমৃতা আৰোৰাৰ বাসগৃহৰ সন্মুখত দেখা পোৱা গৈছিল । ইফালে, অনন্যা পাণ্ডেক আৰবাজ খানৰ 'চাট শ্ব'ৰ বাবে দেখা পোৱা গৈছিল ।

আনহাতে, কৰীণাই পৰৱৰ্তী ছবি 'লাল সিং চাড্ডা'ৰ বাবে আমীৰ খানৰ সৈতে একেলগে কাম কৰি থকা বুলি জানিব পৰা গৈছে । আনফালে, অনন্যাক পৰৱৰ্তী ছবি 'লিগাৰ'ত দেখিবলৈ পোৱা যাব । এই কেইগৰাকী নামী-দামী বলিউড তাৰকাৰ উপৰিও জুহু বীচ্চত পৰিনীতি চোপ্ৰাক পাপাৰাজ্জিৰ বাবে ফটো প'জ দিয়া পৰিলক্ষিত হয় । চোপ্ৰাক শেহতীয়াকৈ 'সন্দীপ ঔৰ পিংকী ফাৰাৰ'ত দেখিবলৈ পোৱা গৈছিল ।

লগতে পঢ়ক: আকৌ প্ৰেমত পৰিছে ছুজেন খান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.