ETV Bharat / international

ক'ভিড-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

author img

By

Published : Aug 16, 2020, 6:18 PM IST

Covid-19, Global tracker
COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছত 2,16,17,761 তকৈ অধিক লোক আক্ৰান্ত হৈছে ৷ একেদৰে বিশ্বজুৰি মৃত্যু হোৱা লোকৰ সংখ্যা 7,69,004 গৰাকী ৷ ইয়াৰ সমান্তৰালভাবে সমগ্ৰ বিশ্বজুৰি বৰ্তমানলৈ 1,43,33,897 গৰাকী লোক এই ভাইৰাছবিধৰ পৰা মুক্ত হৈছে ৷

নিউজ ডেস্ক, 16 আগষ্ট : দেশত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে ৷

শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছত 2,16,17,761 তকৈ অধিক লোক আক্ৰান্ত হৈছে ৷ একেদৰে বিশ্বজুৰি মৃত্যু হোৱা লোকৰ সংখ্যা 7,69,004 গৰাকী ৷ ইয়াৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বজুৰি বৰ্তমানলৈ 1,43,33,897 গৰাকী লোক এই ভাইৰাছবিধৰ পৰা মুক্ত হৈছে ৷

একেদৰে আমেৰিকাত সৰ্বমুঠ আক্ৰান্ত লোকৰ সংখ্যা 55,29,789 গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 1,72,606 গৰাকী ৷ ইফালে, ব্ৰাজিলত আক্ৰান্ত লোকৰ সংখ্যা 33,17,832 গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 1,07,297 গৰাকী ৷ বিশ্বৰ দেশ সমূহৰ COVID-19 ৰ শেহতীয়া খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

লগতে পঢ়ক : স্বাধীনতা দিৱসত ইন্দোৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি 26 কাৰাবন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.