ETV Bharat / international

বিধ্বংসী কাৰ বোমা বিস্ফোৰণত নিহত 76 জনকৈ লোক

author img

By

Published : Dec 28, 2019, 5:59 PM IST

ছোমালিয়াৰ ৰাজধানীত সংঘটিত হোৱা বিধ্বংসী কাৰ বোমা বিস্ফোৰণত নিহত হয় সৰ্বাধিক 76 গৰাকী লোক ৷ ৰাজধানী মোগাদিশুত শনিবাৰে ৰাতিপুৱাৰ ভাগত অল-কায়দা সন্ত্ৰাসবাদী সংগঠনৰ শাখা অল-চাবাবে এই বিস্ফোৰণ সংঘটিত কৰে ৷

ছোমালিয়া কাৰ বোমা বিস্ফোৰণ, Somalia Car Bomb Blast
বিধ্বংসী কাৰ বোমা বিস্ফোৰণ

ইন্টাৰনেশ্বনেল ডেস্ক, 28 ডিচেম্বৰঃ শনিবাৰে ৰাতিপুৱাৰ ভাগত এক বিধ্বংসী বিস্ফোৰণে কপাই তোলে ছোমালিয়াৰ ৰাজধানী চহৰ মোগাদিশুক ৷ চহৰখনৰ এক ব্যস্ত সুৰক্ষা চকীত কাৰ বোমাৰ দ্বাৰা সংঘটিত হোৱা বিস্ফোৰণটোত নিহত হয় 76ৰো অধিক লোক ৷ দেশখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ বিস্ফোৰণৰ ফলত আন 50গৰাকী লোক আহত হোৱাৰ লগতে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব লাগে বুলি প্ৰকাশ কৰিছে চৰকাৰী মুখপাত্ৰ ইছমাইল মুখতাৰে ৷ বিস্ফোৰণত নিহতসকলৰ অধিকাংশই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আছিল আৰু শিক্ষাগ্ৰহণৰ বাবে যাবলৈ লোৱাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয় ৷ সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ শাখা সংগঠন অল-চাবাবে ইতিমধ্যেই এই বিস্ফোৰণৰ দ্বায়িত্ব স্বীকাৰ কৰিছে ৷

বিধ্বংসী কাৰ বোমা বিস্ফোৰণ

ইয়াৰ পূৰ্বে 2017 চনৰ অক্টোৱৰ মাহটো সন্ত্ৰাসবাদী সংগঠনটোৱে এক কাৰ বোমা বিস্ফোৰণ ঘটাইছিল আৰু বিস্ফোৰণত 500ৰো অধিক লোক নিহত হৈছিল ৷

ZCZC
PRI GEN INT
.MOGADISHU FGN7
SOMALIA-2NDLD BLAST
Car bomb leaves over 20 dead in Mogadishu: police, witnesses
(Eds: Adding details)
         Mogadishu, Dec 28 (AFP) A massive car bomb exploded in a busy area of the Somali capital Mogadishu on Saturday, leaving more than 20 people dead, police and witnesses said.
         "The blast was devastating, and I could confirm more than 20 civilians killed, there were many more wounded, but the toll can be higher," police officer Ibrahim Mohamed told AFP.
         "I have counted twenty-two dead bodies, all of them civilians and there were more than thirty others wounded, this was dark day," said Ahmed Moalim Warsame, who witnessed the explosion.
         The explosion occurred in a busy area prone to heavy traffic due to a security checkpoint and a taxation office.
         "This was a devastating incident because there were many people including students in buses who were passing by the area when the blast occurred," said another witness Muhibo Ahmed.
         Sakariye Abdukadir, who was near the area when the car bomb detonated, said the blast "destroyed several of my car windows". "All I could see was scattered dead bodies... amid the blast and some of them burned beyond recognition."
          Mogadishu is regularly hit by car bombs and attacks waged by al-Shabaab Islamist militants allied to al-Qaeda.
         The group was forced out of the Somali capital in 2011 but still controls parts of the countryside and has also staged attacks in neighbouring Kenya.
         Two weeks ago five people were killed when al-Shabaab attacked a Mogadishu hotel popular with politicians, army officers and diplomats in an hours-long siege. (AFP)
SCY
12281327
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.