ETV Bharat / city

গুৱাহাটী ৰেল ষ্টেচনত নকল সোণসহ আটক এজন

author img

By

Published : Oct 9, 2022, 4:01 PM IST

One arrested with fake gold at Guwahati Railway Station in Guwahati
গুৱাহাটী ষ্টেচনত ৩৪০ গ্ৰাম নকল সোণ আটক এজন

দেওবাৰে গুৱাহাটী ৰেল ষ্টেচনত (Guwahati Railway Station) ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নকল সোণ ৷ জব্দ কৰা নকল সোণখিনিৰ পৰিমাণ প্ৰায় ৩৪০ গ্ৰাম ৷ অভিযানৰ সময়ত ৰে’লৱে আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীকো (One arrested with fake gold in Guwahati ) ৷

  • গুৱাহাটী ষ্টেচনত (Guwahati Railway Station) জব্দ নকল সোণ (Dduplicate gold seized)
  • গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে নকল সোণখিনি
  • জব্দ কৰা নকল সোণখিনিৰ পৰিমাণ প্ৰায় ৩৪০ গ্ৰাম
  • এটা সৰবৰাহকাৰীকো আটক কৰে ৰে’লৱে আৰক্ষীয়ে(One arrested with fake gold in Guwahati )
  • আটকাধীন সৰবৰাহকাৰীটো বিকাশ বিশ্বাস বুলি জানিব পৰা হৈছে
  • জব্দকৃত সোণখিনি কামৰূপ এক্সপ্ৰেছেৰে পশ্চিমবংগলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.