ETV Bharat / city

আজি মহাসপ্তমী: গুৱাহাটীত কোভিড নিয়মৰ মাজেৰেই চলিছে পূজা

author img

By

Published : Oct 23, 2020, 12:46 PM IST

গুৱাহাটীত কোভিড-19ৰ সকলো নীতি-নিয়ম মানি পালন কৰা হৈছে সপ্তমী পূজা ৷

গুৱাহাটীত কোভিড নিয়মৰ মাজেৰেই চলিছে পূজা
গুৱাহাটীত কোভিড নিয়মৰ মাজেৰেই চলিছে পূজা

গুৱাহাটী, 23 অক্টোবৰ : আজি মহাসপ্তমী ৷ এফালে কৰ'ণাই দূৰ্গা পূজাৰ উচাহ ম্লান পেলোৱাৰ সমান্তৰালভাৱে নেৰানেপেৰা বৰষুনেও আনন্দত যতি পেলাইছে ৷ মহাসপ্তমীৰ দিনটোত পুৱাৰে পৰা নীতি নিয়ম আৰু আধ্যাত্মিকতাৰ মাজেৰে পূজা চলিছে পূজা । মহানগৰীৰ কাহিলীপাৰাতো কোভিড নীতি নিয়মৰ মাজেৰে চলিছে পূজা অৰ্চনা ৷ ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিয়ে কেতবোৰ নীতি নিয়ম বান্ধি দিছে বুলি উদযাপন সমিতিয়ে মন্তব্য কৰিছে ৷ সেইদৰেই সম্পূৰ্ণ বৈদিক নীতি নিয়ম ৰক্ষা কৰি মণ্ডপে মণ্ডপে পূজা-আৰধনা কৰা হৈছে শক্তিৰ অধিস্থাত্ৰী দেৱী মা দূৰ্গাৰ ৷

গুৱাহাটীত কোভিড নিয়মৰ মাজেৰেই চলিছে পূজা

লগতে পঢ়ক : নৱপত্ৰিকা অনুষ্ঠানেৰে আৰম্ভ মহিষমৰ্দিনীৰ সপ্তমী পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.