ETV Bharat / city

গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ

author img

By

Published : Sep 8, 2019, 7:02 PM IST

গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ

বিপৰীতে লাখ লাখ স্বদেশীৰ নাম বাদ পৰা বুলি উল্লেখ ৷

  • গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ
  • NRCক লৈ স্মাৰক পত্ৰ প্ৰদান ৰাজ্যিক নেতৃত্বৰ
  • লাখ লাখ বিদেশীৰ নাম NRCত সোমোৱা বুলি উল্লেখ স্মাৰক পত্ৰত
    গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ
  • বিপৰীতে লাখ লাখ স্বদেশীৰ নাম বাদ পৰা বুলি উল্লেখ
  • কোনো বিদেশী থাকিব নোৱাৰিব বুলি অমিত শ্বাহে আশ্বাস দিছে
Intro:Body:

Slug: Ranjeet Dass Bite

Feed sent through Live U



* গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ।

* NRCক লৈ স্মাৰক পত্ৰ প্ৰদান ৰাজ্যিক নেতৃত্বৰ।

* লাখ লাখ বিদেশীৰ নাম NRCত সোমোৱা বুলি উল্লেখ স্মাৰক পত্ৰত।

* বিপৰীতে লাখ লাখ স্বদেশীৰ নাম বাদ পৰা বুলি উল্লেখ।

* কোনো বিদেশী থাকিব নোৱাৰিব বুলি অমিত শ্বাহে আশ্বাস দিছে।



বাইট: ৰঞ্জীত কুমাৰ দাস, অধ্যক্ষ, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ



[08/09 2:49 pm] SARFARAZ KHAN: খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত উত্তৰ পূব পৰিষদৰ বৈঠকত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ 



উত্তৰ পূবৰ আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালে কৰিছে অংশগ্ৰহন। উত্তৰ পূবৰ সামগ্ৰিক উন্নয়ণ, নিৰাপত্তাৰ প্ৰসংগই স্থান লাভ কৰিব বৈঠকত

NRC ক লৈও হ'ব বিশদ আলোচনা।



উত্তৰ পূবক কলাৰে ভাৰত-বিশ্বক প্ৰতিষ্ঠা কৰা ভূপেন হাজৰিকাৰ আজি ওপজা দিন। এই দিনটো আমাৰ বাবে শুভ দিন।উত্তৰ পূবৰ সংস্কৃতিৰ এম্বেচাদৰ ভূপেন দা। নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰকৃত সন্মান দিলে— অমিত শ্বাহ। দেশৰ সুৰক্ষাৰ কাৰনে উত্তৰ পূব গুৰুত্বপূৰ্ণ। এখন সৰু ভাৰতেই উত্তৰ পূব 

সচাকৈয়ে দেশৰ ইঞ্জিন উত্তৰ পূব— অমিত শ্বাহ।

উত্তৰ পূবক বাদ দি ভাৰতৰ বিকাশ অসম্ভৱ

মহাভাৰতৰ দিনৰে পৰা ভাৰতৰ লগত সংপৃক্ত উত্তৰ পূব। অটল বিহাৰী বাজপেয়ীৰ দিনত NECক নীতি নিৰ্দ্ধাৰণ কৰিব পৰাকৈ সংশোধিত কৰিলে ২০১৪-১৯ৰ এই পাঁচবছৰত উত্তৰ পূবৰ বিকাশ স্বাধীনতাৰ সত্তৰ বছৰৰ বিকাশতৰৈ বেছি 

এই পাঁচ বছৰ উন্নয়ণৰ স্বৰ্ণিল সময়। পূৰ্বে উত্তৰ পূবক সন্ত্ৰাসবাদ,সীমা বিবাদৰ বাবে জনা গৈছিল, এতিয়া বিকাশৰ বাবে জনা যায়। সীমা বিবাদক লৈ আমি কথা পাতিম 

ভাৰত বাংলাদেশ সীমান্তৰ সমস্যা সমাধান যদি হ'ব পাৰে। আন্তঃৰাজ্যিক সীমা বিবাদৰ সমস্যাও সমাধান হ'ব। ধাৰা ৩৭০ৰ প্ৰসংগ উত্থাপন। ৩৭০এ ২৮টা বাধা দি আছিল।৩৭১বাহাল থাকিব উত্তৰ পূবত। গঞা বঞ্চিত হ'লে বিকাশ কেনেকৈ হ'ব 

গাঁও বিকাশ হ''লে জিলাৰ বিকাশ,জিলাৰ বিকাশ মানেই ৰাজ্যৰ

আমি উত্তৰ পূবৰ বিকাশৰ বাবে ৩০% বাজেট বৃদ্ধি কৰিছো NECৰ

উত্তৰ পূবৰ সন্ত্ৰাসবাদৰ সমস্যাও উত্থাপন 

অস্ত্ৰ এৰি আলোচনাৰ বাবে সকলোৰে দুৱাৰ মুকলি।

২০২২ৰ ভিতৰত সমগ্ৰ উত্তৰ পূবত ৰে'ল আৰু বিমান যোগাযোগ কৰাৰ লক্ষ্য আমাৰ।

NRCৰ প্ৰসংগ উত্থাপন অমিত শ্বাহৰ 

এজনো বিদেশীক থাকিবলৈ দিয়া নহ'ব।

আপত্তি অভিযোগ আহিছে NRCক লৈ।

ভূপেন হাজৰিকাৰ নাম লৈ ভাষণৰ সামৰণি। উত্তৰ পূবত ক্ৰমান্বয়ে হ্ৰাস পাইছে সন্ত্ৰাসবাদ।



Slug: Amit Shah Speech

Feed sent through Live U

[08/09 4:05 pm] SARFARAZ KHAN: * গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ।

* NRCক লৈ স্মাৰক পত্ৰ প্ৰদান ৰাজ্যিক নেতৃত্বৰ।

* লাখ লাখ বিদেশীৰ নাম NRCত সোমোৱা বুলি উল্লেখ স্মাৰক পত্ৰত।

* বিপৰীতে লাখ লাখ স্বদেশীৰ নাম বাদ পৰা বুলি উল্লেখ।

* কোনো বিদেশী থাকিব নোৱাৰিব বুলি অমিত শ্বাহে আশ্বাস দিছে।

[08/09 4:08 pm] SARFARAZ KHAN: Slug: Ranjeet Dass Bite

Feed sent through Live U



* গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ।

* NRCক লৈ স্মাৰক পত্ৰ প্ৰদান ৰাজ্যিক নেতৃত্বৰ।

* লাখ লাখ বিদেশীৰ নাম NRCত সোমোৱা বুলি উল্লেখ স্মাৰক পত্ৰত।

* বিপৰীতে লাখ লাখ স্বদেশীৰ নাম বাদ পৰা বুলি উল্লেখ।

* কোনো বিদেশী থাকিব নোৱাৰিব বুলি অমিত শ্বাহে আশ্বাস দিছে।



বাইট: ৰঞ্জীত কুমাৰ দাস, অধ্যক্ষ, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ



বাইট: ৰঞ্জিত কুমাৰ দাস


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.