ETV Bharat / bharat

Man Ki Baat: প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য

author img

By

Published : Nov 29, 2021, 10:47 PM IST

প্ৰধানমন্ত্ৰীৰ 'মন কী বাত'ত মেঘালয়ৰ উমনগোট নদীৰ প্ৰসংগ(Umngot river of Meghalaya in Man Ki Baat ) ৷ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাৰ (Conrad Changma thanks PM Modi) ৷

umngot-river-of-meghalaya-in-pm-modis-man-ki-baat
Man ki baat: প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য

নিউজ ডেস্ক, 28 নৱেম্বৰ : দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 'মন কি বাত' শীৰ্ষক অনুষ্ঠানৰ 83 তম খণ্ড(83rd edition of Man ki baat)ত বিশেষভাৱে উল্লেখ কৰে মেঘালয়ৰ উমনগোট নদীৰ কথা(Umngot river of Meghalaya) ৷ অনুষ্ঠানটোৰ জৰিয়তে নদীখনৰ স্বচ্ছতা আৰু ৰূপ লাৱণ্যৰ প্ৰশংসা কৰা দেখা গ’ল দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক ৷ ইয়াৰ পিছতে 'মন কী বাত'ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জড়িয়তে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ পৰা মাত্ৰ 100 কি: মি: দূৰত্বত অৱস্থিত এই নদীখনৰ কথা উল্লেখ কৰা হয় ৷

ইয়াৰ পিছতে টুইটাৰযোগে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই 'মন কী বাত'ৰ 83 তম খণ্ডত তেওঁৰ ৰাজ্যৰ নদীখনৰ বিষয় সন্নিৱিষ্ট কৰাৰ বিষয়টোক লৈ কৃতজ্ঞতা প্ৰদৰ্শন কৰে(Conrad Changma acknowledges man ki baat) ৷ দেশৰ প্ৰধান মন্ত্ৰী গৰাকীক টুইটাৰ যোগে ধন্যবাদ জ্ঞাপন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে(Conrad Changma thanks to PM Modi) ৷

  • The crystal clear waters of Umngot River, the lush landscapes, the rustic lifestyles, and the riverine beaches are the main highlights of Dawki & Shnongpdeng, adjacent locations at the foot of Meghalaya’s mighty southern ranges.

    A must visit for all!@MDoNER_India @SangmaConrad pic.twitter.com/6Tlh9PSVxK

    — G Kishan Reddy (@kishanreddybjp) November 29, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

স্বাভাৱিকতেই ইয়াৰ পিছত ৰাজ্যখনৰ লোক সকলৰ মাজত নিজৰ ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি থকা ভালপোৱা সামাজিক মাধ্যম যোগে প্ৰকাশ পায় ৷

লগতে পঢ়ক : হায়দৰাবাদৰ পৰা খোজকাঢ়ি গৈ ওড়িশা পোৱা অসমৰ শ্ৰমিকৰ প্ৰকৃত সত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.