ETV Bharat / bharat

cannabis of Rs 50 lakh Seized: অসমত 50 লাখ টকাৰ গাঞ্জাসহ ত্ৰিপুৰাৰ সৰবাৰহকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Dec 5, 2022, 10:19 PM IST

Updated : Dec 5, 2022, 10:28 PM IST

Tripura man held in Assam with cannabis of Rs 50 lakh while smuggling it to Shillong
cannabis of Rs 50 lakh Seized: 50 লাখ টকাৰ গাঞ্জাসহ ত্ৰিপুৰাৰ সৰবাৰহকাৰী গ্ৰেপ্তাৰ

এইবাৰ অসম ত্ৰিপুৰা সীমান্তত মেঘালয়ৰ শ্বিলঙলৈ ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গাঞ্জা সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে (cannabis seized Assam Tripura border) ৷ আৰক্ষীয়ে তালাচী চলাওঁতে প্ৰায় 50 (worth Rs 50 lakh cannabis seized) লাখ টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন ট্ৰাক চালককো গ্ৰেপ্তাৰ কৰে ৷

আগৰতলা, 5 ডিচেম্বৰ: ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কঠোৰ অভিযান অব্যাহত ৰাখিছে (Anti drugs mission in Assam) ৷ ইয়াৰ মাজতো একাংশ অপৰাধীয়ে আৰক্ষীৰ চকুত ধুলি ছটিয়াই নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ চলাই অহাৰ বাতৰিয়ে শিৰোনামা দখল কৰি আহিছে (cannabis with Smuggler arrested) ৷ এইবাৰ অসম ত্ৰিপুৰা সীমান্তত মেঘালয়ৰ শ্বিলঙলৈ ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গাঞ্জা সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে (cannabis seized Assam Tripura border) ৷

দেওবাৰে ত্ৰিপুৰা আৰু অসম সীমান্তৰ চুৰাইবাৰী আন্তঃৰাজ্যিক চেক পোষ্টত অসম আৰক্ষীয়ে অভিযান চলাই এটা গাঞ্জা সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ আগৰতলাৰ খৈৰপুৰৰ পৰা অসম অভিমুখে এখন থকা ছয় চকীয়া বাহন আহি আছিল ৷ এই বাহনখনত আৰক্ষীয়ে তালাচী চলাওঁতে প্ৰায় 50 (worth Rs 50 lakh cannabis seized) লাখ টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন ট্ৰাক চালককো গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক: Drugs seized in Sonitpur : প্ৰায় 3 লাখ টকাৰ ড্ৰাগছসহ আটক 5 সৰবৰাহকাৰী

ট্ৰাকচালকজনে আৰক্ষীৰ সোধ-পোছত কোৱা অনুসৰি আগৰতলাৰ পৰা শ্বিলঙলৈ গাঞ্জাখিনি অনা হৈছিল ৷ আৰক্ষীয়ে ট্ৰাকখনৰ পৰা প্ৰথমে কেইপেকেটমান গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও পিছতে আৰক্ষীয়ে ট্ৰাকখন খালী কম্পাৰ্টমেণ্ট কাটোতে আন কেইবাটাও গাঞ্জা ভৰ্তি পেকেট পেকেট জব্দ কৰিবলৈ সক্ষম হয় ৷

ভাৰপ্ৰাপ্ত অৰক্ষী বিষয়া নিৰঞ্জন দাসে কোৱা অনুসৰি 40 টা পেকেটত মুঠ চাৰিশ গ্ৰাম গাঞ্জা লৈ অনা হৈছিল ( 40 packets cannabis seized) ৷ ধৃত চালকজন হ’ল ৰুবেল মিয়া (22) (Truck driver arrested)৷ ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ সোনামুৰা মহকুমাৰ মধুবন গাঁৱৰ বাসিন্দা ৰুবেল নামৰ ট্ৰাক চালকজন ৷ চালকজনে আৰক্ষীক কোৱা অনুসৰি ৰুবেল বাহনখনৰ মূল চালক নহয় আৰু তেওঁক ধনৰ বিনিময়ত আগৰতলাৰ পৰা অসম সীমান্ত পাৰ হ'বলৈ নিযুক্ত কৰা হৈছিল ।

লগতে পঢ়ক: Thief arrested: নগাঁৱত মন্দিৰৰ পৰা চুৰি কৰা সামগ্ৰী জব্দ

Last Updated :Dec 5, 2022, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.