Drugs seized in Sonitpur : প্ৰায় 3 লাখ টকাৰ ড্ৰাগছসহ আটক 5 সৰবৰাহকাৰী

By

Published : Dec 4, 2022, 2:07 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান (Operation against narcotics)৷ বিভিন্ন সময়ত আসম আৰক্ষীয়ে এই অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে বহু অপৰাধী ৷ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰীও ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ শোনিতপুৰ জিলাৰ অকাবস্তি চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে 4 জন যুৱক এগৰাকী মহিলাসহ মুঠ 5 টা ড্ৰাগছ সৰবৰাহকাৰী (Drug peddlers arrested by Sonitpur Police) ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ৭১ টা কণ্টেইনাত আছিল জব্দকৃত নিচাজাতীয় দ্ৰব্যখিনি (Drugs seized in Sonitpur)৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩ লাখ টকা ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.