ETV Bharat / bharat

মাৰুতি চুজুকি ইণ্ডিয়াৰ নতুন মডেল মুকলি

author img

By

Published : Feb 24, 2021, 10:27 PM IST

মাৰুতি চুজুকি ইণ্ডিয়াৰ নতুন মডেল মুকলি
মাৰুতি চুজুকি ইণ্ডিয়াৰ নতুন মডেল মুকলি

মাৰুতি চুজুকি ইণ্ডিয়া চমুকৈ এম এছ আইৰ নতুন মডেল মুকলি । ইয়াৰ বজাৰ মূল্য ৫.৭৩ লাখ টকাৰ পৰা ৮.৪১ লাখ টকা ।

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী: মাৰুতি চুজুকি ইণ্ডিয়া চমুকৈ এম এছ আইৰ নতুন মডেল মুকলি । বুধবাৰে মাৰুতি চুজুকি ইণ্ডিয়াই প্ৰিমিয়াম হেটচবেক চুইফ্টৰ নতুন মডেল মুকলি কৰিছে । ইয়াৰ বজাৰ মূল্য ৫.৭৩ লাখ টকা ।

এই বৰ্ষৰ চুইফ্টৰ নতুন মডেলে প্ৰযুক্তি আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ সকলোখিনি দিশ পৰ্যবেক্ষণ কৰি মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে এম এছ আইয়ে । উল্লেখ্য যে, চুইফ্টে প্ৰায় ২.৪ নিযুত গ্ৰাহকৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:মাতৃ-পত্নীৰ সংঘাত: পাঁচ মহলাৰ পৰা জপিয়াই আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.