ETV Bharat / bharat

IED recovered in JK: জম্মু কাশ্মীৰত উদ্ধাৰ বিস্ফোৰক

author img

By

Published : Oct 24, 2022, 1:30 PM IST

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত উদ্ধাৰ IED (IED recovered in Parampora Srinagar) ৷ সোমবাৰে পুৱা শ্ৰীনগৰ-বাৰামুলা ঘাইপথৰ পৰমপোৰা অঞ্চলত উদ্ধাৰ কৰা হৈছে বিস্ফোৰক ৷ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে বিস্ফোৰকটো নিষ্ক্ৰিয় কৰে ৷

জম্মু কাশ্মীৰত উদ্ধাৰ বিস্ফোৰক
IED recovered in Parampora Srinagar

  • জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত উদ্ধাৰ IED (IED recovered in Parampora Srinagar)
  • সোমবাৰে পুৱাই শ্ৰীনগৰ-বাৰামুলা ঘাইপথৰ পৰমপোৰা অঞ্চলত উদ্ধাৰ হৈছে এই বিস্ফোৰক
  • নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে সেই স্থানত উপস্থিত হৈ বিস্ফোৰকটো নিষ্ক্ৰিয় কৰে
  • আনছাৰী তিওটাৰ সমীপত সেনাৰ ২ নং ৰাষ্ট্ৰীয় ৰাইফলছে উদ্ধাৰ কৰিছিল এই বিস্ফোৰকটো
  • পিছত বোমা নিষ্কাশন স্কোয়াডৰ দলে নিষ্ক্ৰিয় কৰে বিস্ফোৰকটো
  • ইতিমধ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.