ETV Bharat / bharat

জম্মু কাশ্মীৰৰ অনন্তনাগত প্ৰচণ্ড গুলীয়াগুলি: নিহত এটা সন্ত্ৰাসবাদী

author img

By

Published : Oct 10, 2022, 6:48 AM IST

Updated : Oct 10, 2022, 7:19 AM IST

Encounter breaks out in J and K s Anantnag
জম্মু-কাশ্মীৰৰ অনন্তনাগত প্ৰচণ্ড গুলীয়াগুলি

জম্ম-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলি (Encounter in Jammu and Kashmir ) ৷ অনন্তনাগ জিলাৰ টাংপাৱা অঞ্চলত আৰম্ভ হৈছে এই সংঘৰ্ষৰ ৷

  • জম্মু-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষী সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলি (Encounter breaks out in J and K)
  • অনন্তনাগ জিলাৰ টাংপাৱা অঞ্চলত আৰম্ভ হৈছে এই সংঘৰ্ষৰ
  • সংঘৰ্ষৰ ফলত নিহত এটা সন্ত্ৰাসবাদী
  • বৰ্তমানেও অব্যাহত আছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান
  • কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য
Last Updated :Oct 10, 2022, 7:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.