ETV Bharat / bharat

Daily Horoscope for 18th April: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Apr 18, 2022, 5:54 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-18th-april
Daily Horoscope for 18th April: আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: প্ৰেমত শুভ ৷ দিনটো আনন্দেৰে পাৰ হʼব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ খৰচ বৃদ্ধি ৷

বৃষ ৰাশি: চিন্তাশক্তি উন্নত হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷ প্ৰেমাভিনয় নকৰিব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰিব ৷ প্ৰেমত মনোযোগ দিব ৷ দিনটো আনন্দেৰে পাৰ হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি: ভাগ্য ভাল ৷ অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ লাভ বৃদ্ধি ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷

কৰ্কট ৰাশি: নিজক সময় দিয়ক ৷ উৎসাহিত হʼব ৷ প্ৰেমত ভাল ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ খৰচ বৃদ্ধি ৷ দিনটো প্ৰায় ভাল হʼব ৷

সিংহ ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷

কন্যা ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ খৰচ বৃদ্ধি হ’ব ৷

তুলা ৰাশি: উৎসাহিত হ’ব ৷ পৰিয়ালৰ লোকক উপাসনাস্থলীত আহিবলৈ আহিবলৈ বাধা নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷

বৃশ্চিক ৰাশি: খৰচ বৃদ্ধি ৷ টকা-পইচা সাৱধানে খৰচ কৰিব ৷ নতুন পৰিকল্পনা নকৰাই ভাল ৷ সিদ্ধান্ত লওঁতে সাৱধান হ’ব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

ধনু ৰাশি: শুভ দিন ৷ আৰ্থিক, সামাজিক আৰু ব্যক্তিগত দিশত লাভৱান হ’ব ৷ প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে শুভ দিন ৷ বৈবাহিক জীৱন সুন্দৰ হ’ব ৷

মকৰ ৰাশি: পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো আনন্দেৰে পাৰ হʼব ৷ ব্যৱসায়ীসকলে সাৱধানতা অৱলম্বন কৰিব ৷ কৰ্মক্ষেত্ৰত সন্মান অৰ্জন কৰিব ৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ৷

কুম্ভ ৰাশি: চিন্তাধাৰা উন্নত হ’ব ৷ কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল হʼব ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সন্মান অৰ্জন কৰিব ৷

মীন ৰাশি: বিপদত পৰিব পাৰে ৷ খং নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক ৷ খৰচ বৃদ্ধি ৷ অস্থিৰ হৈ পৰিব পাৰে ৷ নেতিবাচক মনোভাৱে ব্যক্তিগত জীৱনৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.