ETV Bharat / bharat

কলকাতা আৰক্ষীয়ে ভূপালৰ পৰা গ্ৰেপ্তাৰ কৰিলে দুই অল-কায়দা সদস্যক

author img

By

Published : Sep 30, 2022, 11:50 AM IST

কলকাতা আৰক্ষীয়ে ভূপালৰ পৰা গ্ৰেপ্তাৰ কৰিলে দুই অল-কায়দা সদস্যক
কলকাতা আৰক্ষীয়ে ভূপালৰ পৰা গ্ৰেপ্তাৰ কৰিলে দুই অল-কায়দা সদস্যক

ভূপালৰ পৰা আটক কৰা হৈছে দুই সন্দেহজনক অল-কায়দা সদস্যক(Al Qaeda terrorists arrested in Bhopal) ৷ কলকতা বিশেষ টাস্ক ফ’ৰ্চে আটক কৰে সন্ত্ৰাসবাদীদ্বয়ক ৷

  • ভূপালৰ পৰা আটক কৰা হৈছে দুই সন্দেহজনক অল-কায়দা সদস্যক(Al Qaeda terrorists arrested in Bhopal)
  • কলকতা বিশেষ টাস্ক ফ’ৰ্চে(Special Task Force Kolkata) আটক কৰে সন্ত্ৰাসবাদীদ্বয়ক
  • সন্ত্ৰাসবাদী দুজনে পূৰ্বে কলকাতাৰ এটা ভাড়াঘৰত বাস কৰিছিল
  • বিভিন্ন সময়ত পৰিচয় সলনি কৰি আহিছিল উগ্ৰপন্থী সদস্যদ্বয়ে
  • পূৰ্বে মিলান আৰু মোহন পাত্ৰৰ নামত বাস কৰিছিল যদিও পাচত ইব্ৰাহিম আৰু জাহিলুদ্দিনৰ নাম লৈছিল উগ্ৰপন্থীদ্বয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.