ETV Bharat / bharat

পলকতে 2019: ক্ৰীড়া জগতৰ অভিলেখ

author img

By

Published : Dec 25, 2019, 7:12 PM IST

পলকতে 2019: ক্ৰীড়া জগতৰ অভিলেখ
পলকতে 2019: ক্ৰীড়া জগতৰ অভিলেখ

পলকতে 2019: ক্ৰীড়া জগতৰ অভিলেখ

2018 ৰ অন্ত পৰিবলৈ মাজত মাথো কেইটামান দিন বাকী ৷ চলিত বৰ্ষত ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয় বিশ্বৰ ক্ৰীড়া জগতৰ খেলুৱৈসকলে ৷ 2019 ক্ৰীড়াৰ জগতখনলৈ চকু ফুৰাই চাও আহক :

নিউজ ডেস্ক, 25 ডিচেম্বৰ: টাইগাৰ ৱুড্ছ :

2019ৰ 14এপ্ৰিলত টাইগাৰ উড্ছে 15 সংখ্যক চূড়ান্ত খিতাপৰ লগতে পঞ্চমটো মাৰ্ষ্টাৰ্ছ হিচাপে অভিলেখ দখল কৰে ৷ তেওঁ 11 বছৰ বয়সতেই প্ৰথমটো খিতাপ দখল কৰিছিল ৷

বেন ষ্ট্ৰ'ক্ছ:-

বেন ষ্ট্ৰ'ক্ছে এইবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে ইংলেণ্ডক বিশ্বকাপ জয়ৰ সোৱাদ দিলে ৷ 2019ৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত মেন অফ দ্য মেচৰ খিতাপ দখল কৰে ইংলেণ্ডৰ বেন ষ্ট্ৰ'ক্ছে ৷

ন'ভাক ডিজ'ক'ভিজ

ন'ভাক ডিজ'ক'ভিজে অৰ্জন কৰে 2019 বৰ্ষৰ উইম্বলডনৰ চূড়ান্ত খিতাপ ৷ 4 ঘণ্টা 57 মিনিটৰ উইম্বলডনৰ সবাতোকৈ দীঘলীয়া খেলখনত 7-6, 1-6, 7-6, 4-6, আৰু 13-12 ছেটত উইম্বলডন খিতাপ নিজৰ নামত কৰে ন'ভাক ডিজ'ক'ভিজে ৷

ছিয়া ক'লিছি

দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন ব্লেক অধিনায়ক হিচাপে দলক প্ৰতিনিধিত্ব কৰে ৰাগবি খেলুৱৈ ছিয়া ক'লিছিয়ে ৷ জাপানৰ য়'ক'হামাত অনুষ্ঠিত ৰাগবি বিশ্বকাপ ফাইনেলত ইংলেণ্ডত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই ৷

লুই হেমিল্টন

এফ1 ৰ চালক লুই হেমিল্টনে US গ্ৰেণ্ড প্ৰিক্ছত তেওঁৰ ষষ্ঠটো খিতাপ অৰ্জন কৰে ৷ মুঠ 21 টা ৰেছৰ ভিতৰত 11 টাত জয়লাভ কৰি তেওঁ শৃংখলাৰ অন্ত পেলাই যাতে অতি সোনকালে তৃতীয়টো খিতাপ অৰ্জন কৰিব পাৰে ৷ মাইকেল শুমাকাৰৰ বিশ্ব অভিলেখ ভংগ কৰিবলৈ হেমিল্টনক মাথো এটা খিতাপৰ প্ৰয়োজন ৷

লিন্দছি ভ'ন

অৱসৰ গ্ৰহণৰ পূৰ্বে স্কী ৰেছত আন এক পদক অৰ্জন কৰে আমেৰিকাৰ স্কী ৰেছ খেলুৱৈ লিন্দছি ভ'নে ৷ ইঞ্জেমাৰ ষ্টেনমাৰ্কৰ বিশ্বকাপ অভিলেখ ভংগ কৰিব নোৱাৰিলে যদিও অন্তিমখন খেলত বহু ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় 34 বছৰীয়া মহিলা খেলুৱৈগৰাকীয়ে ৷

মেগান ৰেপিন'

2019ৰ ফিফা মহিলা বিশ্বকাপত আমেৰিকা দলক প্ৰতিনিধিত্ব কৰে মেগান ৰেপিন'ই ৷ ফিফা মহিলা বিশ্বকাপত আমেৰিকাই নেডাৰলেণ্ডক 2-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে ৷

এলিউড কিপক'গ

2019 চনৰ 12 অক্টোৱৰত অনুষ্ঠিত মাৰাথন দৌৰত অভিলেখ ৰচে ৷ এলিউড কিপক'গে৷ 2 ঘণ্টাৰ ভিতৰত মাৰাথন দৌৰ সম্পূৰ্ণ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰে খেলুৱৈ গৰাকীয়ে ৷

লিভাৰপুল

ছেম্পিয়ন লিগত ষষ্ঠবাৰৰ বাবে জয়ৰ সোৱাদ লয় ফুটবল ক্লাৱ লিভাৰপুলে ৷ ফাইনেলত ট'টেনহামক 2-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে লিভাৰপুলে ৷

লগতে পঢ়ক : জি এছ টি ৰ সালসলনিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ ৰমেশ চান্দৰ

Intro:Body:

Hyderabad: The world is approaching the end of 2019, and it is time to look back at some of the major happenings in the world of sports that defined the year. 

Legendary golfer Tiger Woods showed why he is still the best in the sport. On April 14, he won his first major title in 11 years. It was his 15th major and fifth Masters. 

Ben Stokes powered England to their maiden World Cup victory. In the final against New Zealand, he scored 84 not out to earn England a tie, assisted by a bizarre incident when his willow was hit by a fielder's throw as he dived for a run, deflecting the ball for four overthrows. England won on tiebreak. Stokes was adjudged Man of the Match. 

Novak Djokovic and Roger Federer pushed themselves hard as they played out a dazzling heavyweight men's final at Wimbledon. The duo played a 4-hour, 57-minute final, the longest in Wimbledon history. Djokovic retained his title, 7-6, 1-6, 7-6, 4-6, 13-12. 

Siya Kolisi became South Africa's first black captain to lead the Springboks to Rugby World Cup victory in Yokohama. South Africa defeated England in the final. 

F1 driver Lewis Hamilton clinched his sixth title at the US Grand Prix with two races left in the season. He ended the season with 11 victories in the 21 races to collect a third straight title. He is now just one world title behind the all-time mark of Michael Schumacher.

Lindsey Vonn bid goodbye to her illustrious career by bagging yet another medal. The American speed queen said her body was too battered to continue her pursuit of Ingemar Stenmark's record of World Cup victories, but at the end of another injury-hit season, she was still quick enough at 34 to claim an eighth World Championship medal in the downhill in Are, Sweden. 

Megan Rapinoe captained the United States and finished as joint top scorer at the FIFA Women's World Cup. Off the field, Rapinoe stood up to President Donald Trump which did not diminish the reception she received when the team returned home.

On October 12, Eliud Kipchoge became the first person to complete a marathon in under two hours. After narrowly missing in 2017, he beat the symbolic mark by almost 20 seconds. 

Liverpool won Champions League for the sixth time. They defeated Tottenham 2-0 in the final. The most memorable moment came at home at Anfield in the semi-final on May 1 when the Reds, trailing 3-0 from the first leg deficit, beat mighty Barcelona 4-0.


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.