ETV Bharat / bharat

জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত নিহত তিনি সন্ত্ৰাসবাদী

author img

By

Published : Jun 29, 2020, 6:39 AM IST

Three terrorists killed in encounter in Jammu and Kashmir's Anantnag
জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত নিহত তিনি সন্ত্ৰাসবাদী

নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰিচয় সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত আৰম্ভ কৰিছে তদন্ত ৷

শ্ৰীনগৰ, 29 জুন : জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত নিহত হয় তিনি সন্ত্ৰাসবাদী ৷ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হয় সন্ত্ৰাসবাদীকেইটা ৷ কাশ্মীৰ আৰক্ষী সোমবাৰে পুৱা প্ৰকাশ কৰে এই কথা ৷

Three terrorists killed in encounter in Jammu and Kashmir's Anantnag
জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত নিহত তিনি সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত খুলচহৰা অঞ্চলত সোমবাৰে পুৱা সন্ত্ৰাসবাদীৰে সংঘৰ্ষ হয় নিৰাপত্তাৰক্ষীৰ সৈতে ৷ এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয় তিনিটা সন্ত্ৰাসবাদীৰ ৷ বৰ্তমান নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰিচয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ ত্ৰাল অঞ্চলটো 26 জুনত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছিল তিনি সন্ত্ৰাসবাদী ৷ পশ্চিম কাশ্মীৰৰ ট্ৰল জিলাৰ চেৱা উলাৰ অঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলোৱা সময়তে নিহত হয় সন্ত্ৰাসবাদীকেইটা ৷

লগতে পঢ়ক : কঠোৰ নীতি-নিয়মেৰে গুৱাহাটীত আৰম্ভ সম্পূৰ্ণ লক্ ডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.