ETV Bharat / bharat

খৰ্গহস্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সেৱা

author img

By

Published : Jan 11, 2020, 6:46 PM IST

চৰকাৰী খণ্ডৰ স্থাস্থ্য আঁচনিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সন্থাই ৷ বুজন পৰিমাণৰ ধন বৰ্তমানেও পৰিশোধ নকৰাৰ বাবে নগদবিহীন লেনদেন সেৱা বন্ধ কৰি দিব বুলি মন্তব্য কৰে সন্থাটোৱে ৷

Association of Health Providers in India (AHPI) ৰ প্ৰৱন্ধক
ড: গিৰিধৰ জ্ঞানী

নেশ্যনেল ডেস্ক, 11 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (CGHS) আৰু প্ৰাক্তন সৈন্য সাহাৰ্য স্বাস্থ্য আঁচনিৰ (ECHS) অধীনত নগদবিহীন লেনদেন সুবিধা বন্ধ কৰিব বুলি ভাবুকি দিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৷

ড: গিৰিধৰ জ্ঞানীৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

বিত্ত মন্ত্ৰণালয়ে 2,000 কোটিতকৈও অধিক টকাৰ বিল বৰ্তমানেও প্ৰদান নকৰা বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সন্থাই এনেদৰে মন্তব্য কৰে ৷

সন্থাই দাবী কৰে যে, মোডী চৰকাৰৰ অধীনত আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY) আঁচনি মুকলি হোৱাৰ পাচতে পৰিস্থিতি আৰু বিষম হৈ পৰিছে ৷

ইটিভি ভাৰতৰ সৈতে Association of Health Providers in India (AHPI) ৰ প্ৰৱন্ধক ড: গিৰিধৰ জ্ঞানীয়ে কয় যে, স্বাস্থ্য মন্ত্ৰণালয় আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ক দুবাৰকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে ৷

"লেনদেনৰ পাঁচদিনৰ ভিতৰত চৰকাৰে 70 শতাংশ টকা পৰিশোধ কৰিব লাগে ৷ কিন্তু বহুকেইটা মাহ পাৰ হৈ যোৱাৰ পাচতো চিকিৎসালয় কেইখনক চৰকাৰে ধন আদায় দিয়া নাই ৷ এয়া এটা গুৰুত্বপূৰ্ণ বিষয়৷"

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ নগদবিহীন হৈ পৰিলে 37 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে তেওঁলোকৰ সহায়ত চিকিৎসা সুবিধা লাভ কৰা সকলো লোক সমস্যাত ভূগিব ৷ ইয়াৰোপৰি, এই সিদ্ধান্ত গ্ৰহণ কৰিলে CGHS ৰ অধীনৰ পেঞ্চনাৰ আৰু 52 লাখ প্ৰাক্তন সেনা জোৱান প্ৰভাৱান্বিত হ'ব ৷

জুলাই আৰু ডিচেম্বৰ মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়লৈ দুখনকৈ বিল সম্পৰ্কীয় স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৷ কিন্তু চৰকাৰৰ পৰা এই সম্পৰ্কত কোনো উত্তৰ লাভ নকৰিলে বুলি মন্তব্য কৰে জ্ঞানীয়ে ৷

যিহেতু এক নিৰ্দিষ্ট সময়ৰ অন্তত চিকিৎসালয়ৰ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰিবলগা হয় সেয়েহে বিষয়টোৱে জটিলতাৰ ফালে গতি কৰিছে ৷

জ্ঞানীয়ে কয় যে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ এই সিদ্ধান্ত কাৰ্যকৰী হ'লে প্ৰায় প্ৰতিটো খণ্ডৰে চৰকাৰী কৰ্মচাৰীসকল বাৰুকৈয়ে প্ৰভাৱান্বিত হ'ব ৷

জ্ঞানীয়ে লগতে কয় যে, পুঁজিৰ অভাৱৰ বাবে চিকিৎসালয়সমূহে কৰ্মচাৰী সকলক দৰমহা প্ৰদানত জটিলতাৰ সন্মুখীন হৈছে ৷

তেওঁ কয়, "কৰ্মচাৰীৰ দৰমহা পৰিশোধৰ বাবে এখন চিকিৎসালয়ে কিমান দিন ঋণ ল'বলগীয়া অৱস্থাৰ সৃষ্টি হ'ব ৷"

আৰু পঢ়ক : NCRB ধৰ্ষণ প্ৰতিবেদন, 2018 ৰ শীৰ্ষত অসম

Intro:New Delhi: Private hospitals across India have threatened to stop cashless transaction after Centre failed to clear their dues amounting to rupees more than 2000 crore.


Body:And if government does not clear the dues by January, the private hospitals across India will stop cashless from February 1.

The amount is pending for treatment of patients under the central government health scheme (CGHD) and ex-servicemen contributory health scheme (ECHS).

Talking to ETV Bharat, Dr Giridhar Gyani, director general of Association of Health Providers in India (AHPI) said that two reminders have already been sent to the Union Finance Ministry as we as Health Ministry.

"The Govenment is supposed to clear 70 percent dues in five days of the transaction. But even after lapse of several months, hospitals are yet to get the dues from the government. This is a serious matter," said Gyani.

If the private hospitals go cashless, it will impact more 37 lakh central government employees including their dependants, and pensioners under CGHS and over 52 lakh exservicemen and dependants covered under ECHS in over 1000 empanelled hospitals and nursing homes in 71 cities.

Two letters flagging pendency of bills were sent to the Union Finance Ministry in July and December. "But we have not received any response from the government side as of now," said Gyani.

The issue has become compounded following the fact that even CGHD reimbursement rates for procedures have not been revised since 2014, whereas hospitals have to pay nominal increment to staff and match inflation related expanses.

Gyani said that the decision of the private hospitals, if implemented, will severely affect the government employees across sectors.

ETV Bharat is in possession of a list of renowned hospitals across India who are demanding their dues.

(GFX IN-In Million

1. MAX Healthcare--CHGS outstanding 1477.7
ECHS outstanding 750
2. Forties Healthcare CHGS outstanding 587.4
ECHS outstanding 1505
3. Narayana Health CGHS outstanding 220
ECHS outstanding 280
4. Aplo Hospitals. CGHS outstanding 690
ECHS outstanding 710
5. Medanta Medacity CGHS outstanding 570
ECHS outstanding 380
6. Shalby Hospital, Gujarat CGHS outstanding 160.2
ECHS outstanding 110.7
7. Ruby Hall Clinic, Telangana CGHS outstanding 128
ECHS outstanding 55

GFC OUT)


Conclusion:Gyani said that due to lack of funds, hospitals are facing problem in releasing salaries of their staff.

"How much loan a hospital can take from a bank to clear the staff salaries, and other necessary pending activities!" said Gyani.

The AHPI advocates with the government, regulatory bodies and other stakeholders in health sector. Private as well as government hospitals are members of AHPI which collaborate and partner with other associations to fulfill India inclusive health goal.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.