ETV Bharat / bharat

মমতা বেনাৰ্জী ৰাজনৈতিক হিংসাৰ ভুক্তভোগী আছিল: সুষমা স্বৰাজ

author img

By

Published : Jul 25, 2019, 1:34 PM IST

বিজেপি নেত্ৰী সুষমা স্বৰাজে কয় যে মমতা বেনাৰ্জী নিজে ৰাজনৈতিক হিংসাৰ ভুক্তভোগী হৈ তেওঁৰ ৰাজ্যত ৰাজনৈতিক হিংসাৰ ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক ৷

মমতা বেনাৰ্জী ৰাজনাতিক হিংসাৰ ভুক্তভোগী আছিল: সুসমা স্বৰাজ

নিউজ ডেস্ক, 24 জুলাই: বিজেপি নেত্ৰী সুষমা স্বৰাজে কয় যে মমতা বেনাৰ্জী নিজে ৰাজনৈতিক হিংসাৰ ভুক্তভোগী হৈ তেওঁৰ ৰাজ্যত ৰাজনৈতিক হিংসাৰ ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক ৷ পশ্চিম বংগত হৈ থকা ৰাজনৈতিক হিংসাৰ ঘটনা সমূহৰ বাবে এই মন্তব্য কৰে বিজেপি নেত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে বাওঁ দলৰ শাসনৰ সময়ত মমতা বেনাৰ্জী ৰাজনৈতিক হিংসাৰ বলি হৈছিল ৷ স্বৰাজে কয় যে সময় সলনি হোৱা লগে লগে মানুহ সলনি হয় ৷ নিজৰ লগত হোৱা হিংসাৰ কথা কেনেকৈ পাহৰিব পাৰে বুলি মন্তব্য কৰে তেওঁ ৷

মমতা বেনাৰ্জী ৰাজনৈতিক হিংসাৰ ভুক্তভোগী আছিল: সুষমা স্বৰাজ
Intro:Body:





         

New Delhi: Senior BJP leader Sushma Swaraj on Wednesday said it is "surprising" that political killings are taking place in West Bengal under the leadership of Mamata Banerjee who herself has been a "victim of political violence". 

         

Swaraj was speaking at an event where families of the victims of alleged political violence in West Bengal narrated their ordeal.

         

"To gain power, how can someone be so brutal and snatch someone's life? It is unbelievable. They (those who were killed) were not at fault. They had adopted the BJP due to its ideology," she said at the event.

         

The former external affairs minister recalled how the TMC supremo had shared with her instances of political violence that allegedly happened under the Left rule in the state.

         

"She (Banerjee) was herself a victim of political violence... how time changes. I am surprised," Swaraj said.


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.