ETV Bharat / bharat

লক্ ডাউনে মোক আত্মনিৰ্ভৰশীল হ'বলৈ শিকালেঃ মাধুৰী দীক্ষিত

author img

By

Published : Jun 30, 2020, 11:00 PM IST

madhuri-experiments-with-husbands-hairstyle
madhuri-experiments-with-husbands-hairstyle

অভিনেত্ৰী মাধুৰী দীক্ষিতে লক্ ডাউনৰ সময়ত নিজৰ অভিজ্ঞতা চেয়াৰ কৰি জনাই যে, লক্ ডাউনৰ সময়ত অভিনেত্ৰী গৰাকীয়ে আত্মনিৰ্ভৰশীল হ'বলৈ শিকিলে । অভিনেত্ৰী গৰাকীয়ে স্বামী শ্ৰীৰাম নেনেৰ লগত ছ'চিয়েল মিডিয়াত এখন চেলফি আপলড কৰি নিজৰ অভিজ্ঞতাৰ ব্যক্ত কৰে ।

নিউজ ডেস্ক, ৩০ জুন : অভিনেত্ৰী মাধুৰী দীক্ষিতে লক্ ডাউনৰ সময়ত নিজৰ অভিজ্ঞতা চেয়াৰ কৰি জনাই যে, লক্ ডাউনৰ সময়ত অভিনেত্ৰী গৰাকীয়ে আত্মনিৰ্ভৰশীল হ'বলৈ শিকিলে । অভিনেত্ৰী গৰাকীয়ে স্বামী শ্ৰীৰাম নেনেৰ লগত ছ'চিয়েল মিডিয়াত এখন চেলফি প্ৰদান কৰি নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে । লগতে অভিনেত্ৰী গৰাকীয়ে লক্ ডাউনৰ সময়ত চুলিৰ প্ৰতি পালনত ব্যস্ত থাকি সফল হোৱা বুলিও উল্লেখ কৰে । লগতে তেওঁ কয় যে, লক্ ডাউনে মোক আত্মনিৰ্ভৰশীল হ'বলৈ শিকালে ।

লগতে অভিনেত্ৰী গৰাকীয়ে ১৯৯০ চনৰ ছবিৰ কথা ৰোমন্থন কৰি পোষ্ট চেয়াৰ কৰাৰ লগতে অভিনেতা আমিৰ খানৰ লগত কাম কৰি ভাল লগা বুলি উল্লেখ কৰে । ছবিৰ ছুটিংৰ সময়ত কৰা ধেমালি বোৰৰ কথা ৰোমন্থন কৰি বিভিন্ন কথা উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.