ETV Bharat / bharat

বিজেপি প্ৰাৰ্থী ভাৰতী ঘোষলৈ ইটা নিক্ষেপ

author img

By

Published : May 12, 2019, 1:01 PM IST

bharati gosh

দেওবাৰে পুৱা ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে সংঘটিত হয় আক্ৰমণৰ ঘটনা ৷ আক্ৰমণকাৰীয়ে বিজেপি প্ৰাৰ্থী ভাৰতী ঘোষৰ বাহনলৈ ইটা নিক্ষেপ কৰে ৷

ঘাটাল , 12 মে': পশ্চিমবংগৰ বিজেপি প্ৰাৰ্থী ভাৰতী ঘোষক দ'গাচিয়াত আক্ৰমণ ৷ দেওবাৰে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে সংঘটিত হয় আক্ৰমণৰ ঘটনাটো ৷

বিজেপি প্ৰাৰ্থী ভাৰতী ঘোষলৈ ইটা নিক্ষেপ


অভিযোগ অনুসৰি স্থানীয় লোকে প্ৰাৰ্থীগৰাকীৰ বাহনলৈ ইটা নিক্ষেপ কৰে ৷ প্ৰাৰ্থীগৰাকীৰ ব্যক্তিগত নিৰাপত্তাবাহিনীয়ে লাঠি চাৰ্জ কৰি আক্ৰমণকাৰী লোকসকলক আঁতৰাই পঠিয়াবলৈ সক্ষম হয় যদিও আক্ৰমণত আহত হয় এগৰাকী নিৰাপত্তা বাহিনীৰ লোক ৷ প্ৰাক্তন প্ৰশাসনিক বিষয়া ভাৰতী ঘোষে ঘাটালত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী দীপক অধিকাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

Intro:Body:

bharati gosh


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.