প্লাষ্টিকমুক্ত পৃথিৱী শ্ল'গানেৰে শিৱসাগৰত বিশ্ব ধৰিত্ৰী দিৱস পালন - World Earth Day 2024 - SIVASAGAR HIGH SCHOOL

🎬 Watch Now: Feature Video

thumbnail
বিশ্ব ধৰিত্ৰী দিৱস (undefined)

By ETV Bharat Assamese Team

Published : April 22, 2024 at 5:28 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ, ২২ এপ্ৰিল: আজি বিশ্ব ধৰিত্ৰী দিৱস । প্ৰতি বছৰে ২২ এপ্ৰিলৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে । প্ৰদূষণ,গোলকীয় উষ্ণতা, বন ধ্বংস আদি পৰিৱেশ সমস্যাৰ লগতে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ বিষয়ে বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰি হৈছে । এই বৰ্ষৰ ধৰিত্ৰী দিৱসৰ মূলমন্ত্ৰ হৈছে ' প্লাষ্টিকমুক্ত পৃথিৱী ।'  

আজি শিৱসাগৰৰ দৰবাৰ ফিল্ডৰ সমীপৰ শিৱসাগৰ হাইস্কুলত নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগতো এই দিৱস পালন কৰা হয় । গছপুলি ৰোপণ, সজাগতা সভাৰ লগতে এখন কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । প্লাষ্টিক সততে কম পৰিমানে ব্যৱহাৰ কৰি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি ছাত্র-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে নেচাৰ্চ বেকন ৰংপুৰে ।  

লগতে পঢ়ক:বিশ্ব ধৰিত্ৰী দিৱসৰ উপলক্ষে গুগলৰ বিশেষ ডুডল প্ৰদৰ্শন; জানেনে গুগলৰ প্ৰত্যেক অক্ষৰৰ অৰ্থ... - World Earth Day

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details