৬ এপ্ৰিলত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
হোজাই জিলাৰ বিজেপি কাৰ্যালয় (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 10:46 PM IST

1 Min Read
Choose ETV Bharat

হোজাই,২৯ মাৰ্চ: অহা ৬ এপ্ৰিলত হোজাইৰ সদৰ শংকৰদেৱ নগৰলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । এই কথা সদৰী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । আজি হোজাই জিলাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।      

কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে লখিমপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ এখন প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিব বুলি কয় ৰাজ্যিক সভাপতিগৰাকীয়ে । উক্ত সভাৰ প্ৰস্তুতিৰ বাবে জিলা বিজেপি কাৰ্যালয়ত হোজাই জিলাৰ দলীয় সতীৰ্থ সকলৰ লগত আলোচনাত মিলিত হয় ।

লগতে পঢ়ক:বিজেপিৰ কাম-কাজৰ প্ৰতি লক্ষ্য কৰাৰ বিপৰীতে কংগ্ৰেছে আত্মপৰ্যালোচনা কৰা উচিত : ভৱেশ কলিতা - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details