মৰিগাঁৱত তিৱা সাংস্কৃতিক মহোৎসৱ - Tiwa Cultural Festival in Morigaon - FESTIVAL OF TIWA PEOPLE

🎬 Watch Now: Feature Video

thumbnail
মৰিগাঁৱত তিৱা সাংস্কৃতিক মহোৎসৱ (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 10:49 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও,২৯ মাৰ্চ: শুকুৰবাৰৰ পৰা তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে মৰিগাঁও স্কুল খেলপথাৰৰ তিৱা ফা ইন্দ্ৰচিং দেউৰীৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে তিৱা সাংস্কৃতিক মহোৎসৱ । পুৱাৰ ভাগত তিৱা ফা ইন্দ্ৰচিং দেউৰীৰ সমন্বয় ক্ষেত্ৰৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট শিল্পী অশোক ডেকাই । ইন্দ্ৰচিং দেউৰীৰ ক্ষেত্ৰ উন্মোচন কৰে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নকৰায়ণ ৰাডু কাকতিয়ে ।  

আনহাতে আদৰণি সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীয়ে তিৱা সাংস্কৃতিক মহোৎসৱৰ পতাকা উত্তোলন কৰি কালৰ বুকুত হেৰাই যাব লৈ ধৰা তিৱা ভাষা সংস্কৃতিক উদ্ধাৰৰ বাবে তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগত প্ৰথমবাৰৰ বাবে তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত কেন্দ্ৰীয়ভাৱে তিৱা সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত কৰাৰ বিষয়ে সদৰী কৰে । একেদৰে ৰাজদৰবাৰৰ সভাপতি জুৰচিং বৰদলৈ আৰু তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এই কাৰ্যসূচীসমূহত সকলো ৰাইজৰ উপস্থিত কামনা কৰি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা তিৱা সাংস্কৃতিক মহোৎসৱৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায় ।  

লগতে পঢ়ক: বিহুলৈ বুলি পেঁপা, গগনা আদি প্ৰস্তুত কৰাত ব্যস্ত ধেমাজিৰ ভোগেশ্বৰ গগৈ - Rangali Bihu 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details