NEXT চুপাৰ মডেল প্ৰতিযোগিতাত জয়ী ফিঅনা ঠাকুৰীয়া

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 10:20 PM IST

thumbnail

গুৱাহাটী, 29 জানুৱাৰী : উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট নেক্স (NEXT) চুপাৰ মডেল প্ৰতিযোগিতাত টিনছ শাখাত বিজয় হ’ল গুৱাহাটী মহানগৰীৰ বিমানবন্দৰৰ সমীপৰ ভি.আই.পিৰ দহ বছৰীয়া কিশোৰী ফিঅনা ঠাকুৰীয়া । মালিগাঁওস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট চুপাৰ মডেল প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বহু সংখ্যক মহিলা, যুৱতী আৰু শিশুয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ।

টিনছ শাখাত বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা ফিঅনা ঠাকুৰীয়াক ককাকৰ দক্ষিণ কামৰূপৰ সৰপাৰাস্থিত বাসগৃহত সম্বৰ্ধনা জনায় স্থানীয় ৰাইজ তথা আত্মীয়ই । উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট নেক্স (NEXT) চুপাৰ মডেল প্ৰতিযোগিতাত টিনছ শাখাত বিজয় হ’ল গুৱাহাটী মহানগৰীৰ বিমানবন্দৰৰ সমীপৰ ভি.আই.পিৰ দহ বছৰীয়া কিশোৰী ফিঅনা ঠাকুৰীয়া ।

উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট নেক্স (NEXT) চুপাৰ মডেল প্ৰতিযোগিতাত টিনছ শাখাত বিজয় হ’ল গুৱাহাটী মহানগৰীৰ বিমানবন্দৰৰ সমীপৰ ভি.আই.পিৰ দহ বছৰীয়া কিশোৰী ফিঅনা ঠাকুৰীয়া ।

লগতে পঢ়ক : ডিফুত বিহুৰ ওপৰত আধাৰিত হিন্দী ছবি বিহু এটেকৰ অডিশ্যন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.